Pelican Computer Education Center

Pelican Computer Education Center It is education center of all type of Software Application

23/03/2025
31 মাৰ্চ পৰ্যন্ত বিনামুলীয়া পঞ্জীয়ন কৰা হব। ভাৰচ চৰকাৰৰ মান্যতা প্ৰাপ্ত প্ৰমাণ পত্ৰ লাভ বাবে আজিয়ে যোগ দিয়ক pelican comp...
23/03/2025

31 মাৰ্চ পৰ্যন্ত বিনামুলীয়া পঞ্জীয়ন কৰা হব। ভাৰচ চৰকাৰৰ মান্যতা প্ৰাপ্ত প্ৰমাণ পত্ৰ লাভ বাবে আজিয়ে যোগ দিয়ক pelican computer education centre.

আন এক কৃতিত্ব সন্তানৰ
12/09/2024

আন এক কৃতিত্ব সন্তানৰ

28/08/2024

কৰ্ম-সংস্কৃতি গঢি় তোলাৰ অপূৰ্ব সুযোগ, ভাতে মাৰিব পাৰিলে-দৰকাৰ নাই হাতে মৰাৰ।

मैया मोरी मैं नहिं माखन खायो
26/08/2024

मैया मोरी मैं नहिं माखन खायो

08/07/2024

সৃষ্টিকৰ্তাৰ স্ষ্টিত ভুল ধৰাৰ ক্ষমতা আমাৰ নাই যদিও কেতিয়াবা ভাৱো কিছুমান মনুষ্যৰূপী জীৱ সৃষ্টিকৰ্তাই ভুলত সৃষ্টি কৰিছে। যিবোৰৰ জীৱনৰ প্ৰধান উদ্দেশ্য হল- লোকৰ ব্যক্তিগত জীৱনত অপ্ৰয়োজনীয় ভাৱে মুৰ গুজি থকা। ইটোৰ কথা সিটোক লগাই এক বিকৃত মানসিক তৃপ্তি পোৱাৰ লগতে নিজৰ অস্থিৰ অসন্তুলিত মানসিকতাৰ বাৰে বাৰে প্ৰমাণ দিয়ে। এই সকলে আনকো শান্তিত থাকিব নিদিয়ে, নিজেও শান্তিত নাথাকে। কাৰণ লোকৰ কথা অনবৰতে ভাৱি ভাৱি নিজে মানসিক ভাৱে অস্থিৰ হৈ থাকে। এনে ব্যক্তিক আচলতে মানসিক চিকিতসাৰ প্ৰয়োজন। নহলে সমাজখনৰ আৱৰ্জনা স্বৰূপ এই সকলে সুস্থ সমাজত বিষ চটিয়াই ভাল কামবোৰত সদায় প্ৰতিবন্ধক হৈ ৰব।

ডিজিটেল ঠাগবাজিৰ নতুন কৌশল। 5.57 মিনিটত এটা অচিনাকী নম্বৰৰ পৰা ফোন আহিল। নম্বৰটো-9045436889, ট্ৰ কলাৰে দেখুৱালে কোনোবা অ...
03/07/2024

ডিজিটেল ঠাগবাজিৰ নতুন কৌশল। 5.57 মিনিটত এটা অচিনাকী নম্বৰৰ পৰা ফোন আহিল। নম্বৰটো-9045436889, ট্ৰ কলাৰে দেখুৱালে কোনোবা অশোক জি বুলি। কামৰ ব্যৱস্থাৰ মাজতে ফোনটো ৰিচিপ কৰাত সিটো মুৰৰ পৰা কলে তপন দা চিনি পাইচেনে।মই নাই পোৱা বুলি কোৱাত খুব আত্মিয়তাৰে কথা পাতি আক্ষেপ কৰি কলে যে, সদায় লগ পোৱা মানুহ জন আপুনি পাহৰি গল। অশোকক আপোনাৰ মনত নাই। মই কলো কোন অশোক .. অশোক ঠাকুৰ নেকি। কলে- হয়, অশোক ঠাকুৰ । অশোক ঠাকুৰৰ ভাও লোৱা জনে কলে যে তেওঁ বৰ বিপদত পৰিছে, তিনিচুকীয়া লাইফ লাইনত আছে। তেওঁলৈ কোনোবাই 20000 হেজাৰ টকা পঠাব আৰু মোৰ একাউণ্টত পইচা দিব, মই তেওঁ পঠোৱা নিৰ্দিষ্ট নম্বৰত ফোন পে কৰিব লাগিব। মই আমাৰ কাকপথাৰৰ অশোক ভাবি হব বুলি কৈ দিলো। ইতিমধ্যে মোৰ মবাইলত এটা মেচেজ আহিল 20000 টকা ক্ৰেডিত হোৱা। কিন্তু মই বাৰে বাৰে মানুহ জনক কৈ আছো যে, কেছ হে দিব পাৰিম, মোৰ মবাইল বেয়া হল, গতিকে ফোন পে, গুগুল পে একো নাই। কিন্তু তেওঁ নশুনে কৰবাৰ পৰা হলেও পঠাব লাগে। শেষত কলো যে, মই কামত আছো, গতিকে কোনোবা চিনাকী পঠাই দিয়ক, মই কেচ পইচা দিম। কথা পাতি থকাৰ ফাকে ফাকে মই মেচেজটো পঢি় চালো। পইচা প্ৰকৃততে আহিছেনে নাই। কিন্ত দেখা পালো যে মেচেজ 9045436889 এই নম্বৰটোৰ পৰাই আহিছে, আৰু এডিট কৰি মোৰ মোবাইল নম্বৰৰ পিছত সংযোগ কৰি দিছে। যিটো ফোন পেৰ UPI link হয়। মোৰ ফোন পেত এইটো নম্বৰ লিংক কৰাই নাই। আন এটা নম্বৰ হে আছে। তেতিয়া মই কলো - অশোক, মোক যিটো পেমেণ্ট কৰা হল 20000 হেজাৰ তাৰ স্ক্ৰিন শ্বট এটা পঠাচোন। কোন একাউণ্টত সোমাল চাই লও। লগে লগে ফোন কাট। (কালিলৈ অশোকক এবাৰ লগ কৰিব লাগিব। )

এখন কাষ্ট চাৰ্টিফিকেটৰ নামত সেৱা সেতুৰ পৰা 40 টকা পে কৰাৰ পিছতো আজি পৰ্যন্ত ৰিচিপ নাহিল, পুনৰ পেমেণ্ট কৰিব দেখাই আছে। আজ...
26/06/2024

এখন কাষ্ট চাৰ্টিফিকেটৰ নামত সেৱা সেতুৰ পৰা 40 টকা পে কৰাৰ পিছতো আজি পৰ্যন্ত ৰিচিপ নাহিল, পুনৰ পেমেণ্ট কৰিব দেখাই আছে। আজি ই-ডিচট্ৰিকৰ পৰা কৰাত পুনৰ 30 টকা কটাৰ পাছত একেই ভাওনা। ৰিচিপ নাই, চাৰ্ভাৰ ডাউন। আনকি ট্ৰেনজেকচনটো নাই। এই পইচাবোৰ কলৈ যায়। কাৰণ বেংকৰ পৰা কটাৰ পাচত আজিলৈকে ঘুৰি অহা পোৱা নাই।

22/06/2024

Sewasetu, E-District. এইবোৰ হৈছে, চৰকাৰৰ ডিজিটেল ফুলদানি। চাৰ্ভাৰ সদায় ডাউন, কেতিয়াবাহে ভালে থাকে। যোৱাকালি এখন কাষ্ট চাৰ্টিফিকেট সেৱাসেতুত আবেদন কৰিলো, পইচা পাতি লৈ আজৰি। কিন্তু আজিলৈকে ৰিচিপ নাই। এতিয়া পুনৰ পেমেণ্টৰ বাবেহে দেখাই আছে। গ্ৰাহকৰ পৰা লোৱা পইচাকেইটা চৰকাৰকে দি থাকো। আমাৰ শ্ৰম, নেট, লাইটৰ বিলবোৰ বিনামুলীয়া। এখন জন্মৰ প্ৰমাণ পত্ৰ। এমাহ ধৰি DPS মহোদয়ৰ ওচৰতে পৰি আছে। আজি লৈকে গৃহিত হৈ ওলাই অহা নাই। এইয়াই ডিজিটেল ইণ্ডিয়া। মৰণ আমাৰ হৈছে। চাৰ্ভাৰ ডাউল হৈ পকেটৰ পইচা দুগুণ গৈছে। কাম সময়ত হোৱা নাই, গ্ৰাহকৰ গালিও খাব লগা হেছে।

19/06/2024

২০০৫ চনৰ পৰা অবিৰত ভাৱে ৰাইজৰ হকে কাম কৰি অহা পেলিকানৰ পৰা অজস্ৰ জনে আজি কম্পিউটাৰ ক্ষেত্ৰ খনৰ জৰিয়তে কৰ্মসংস্থান লাভ কৰি প্ৰতিস্থিত হৈছে। সম্প্ৰতি ISO 9001:2015 ৰ প্ৰমাণপত্ৰ দিব পৰা কাকপথাৰৰ একমাত্ৰ কম্পিউটাৰ শিক্ষা প্ৰতিষ্ঠান। নাম ভৰ্তি প্ৰক্ৰিয়া চলি আছে। যোগাযোগ- 9954740874, 9085568859, 7086843618

Address

Tinsukia

Alerts

Be the first to know and let us send you an email when Pelican Computer Education Center posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share