19/07/2025
ডিগবৈ ২ নং গোলাইত ভয়ংকৰ অগ্নিকাণ্ড৷
সঞ্জয় কুমাৰ ছেত্ৰী নামৰ লোকজনৰ বাসগৃহত অগ্নিকাণ্ড ৷
অগ্নিকাণ্ডৰ ফলত বাসগৃহৰ লক্ষাধিক টকাৰ সা সামগ্ৰী জ্বলি ভস্মীভূত ।
অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই।