Mamu

Mamu যদিও পূৱৰ মই পশ্চিমৰ তুমি
মানুহ আমি একেটি জাতিৰ
হাটে ঘাটে বাটে মিলিছোঁ আমি
আছে সহযোগ আৰু বুজাবুজি
তাকে মনত লৈ আগবাঢ়ো একেলগে আহক🙏

21/10/2025

সকলোৱে লিখক মোৰ সতে..

21/10/2025

সঁচা ৰং লুকুৱাই
মিছা ৰং বাকি থাকি একো লাভ নাই।
সঁচাতো সঁচা
মিছাতো মিছা
এইয়াই জীৱনৰ সত্য

21/10/2025

Good morning everyone

"গছ থাকিলেহে মানুহ থাকিব"মৰমৰ নাহৰ.. সুপ্ৰভাত
20/10/2025

"গছ থাকিলেহে মানুহ থাকিব"
মৰমৰ নাহৰ..
সুপ্ৰভাত

19/10/2025

নাহৰৰ গছ দেখিলেই জুবিন জুবিন লাগিব সেয়ে আজি

আন্ধাৰ আন্ধাৰ প্ৰতিটো পুৱা জাগেপ্ৰতিটো পলেই শূন্যতা আৱৰিছে ১৯ তাৰিখ টোৱে বুকুত আঘাত কৰেতোমাক বহুত ভাল পাওঁআজীৱন জীয়াই থ...
19/10/2025

আন্ধাৰ আন্ধাৰ প্ৰতিটো পুৱা জাগে
প্ৰতিটো পলেই শূন্যতা আৱৰিছে
১৯ তাৰিখ টোৱে বুকুত আঘাত কৰে
তোমাক বহুত ভাল পাওঁ
আজীৱন জীয়াই থাকিবা জুবিন..

19/10/2025

Good morning everyone.

18/10/2025

18/10/2025

কাতি বিহুৰ শুভেচ্ছা মই কাকো নজনাওঁ
পৃথিৱীৰ মানুহৰ হৃদয়খন কঙাল নহওক তাৰ বাবে মই মাটিৰ চাকি জ্বলাম।🙏

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when Mamu posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share