11/02/2025
আপোনি জীৱনত ইছলামিক গজল বহুত শুনিছে
কিন্তু আজি আমি এনেকুৱা এটা গজল আপোনালোকক শুনাবলৈ গৈ আছোঁ
যি গজল শুনি আপোনাৰ মন প্ৰাণ চিঞৰি উঠিব আৰু কব মাছআল্লা মাছআল্লা বুলি
বৰচলা সমষ্টিৰ অন্তৰ্গত থেলামৰা ভেৰগাওঁৰ চুলতানা খাতুনৰ গজলত মুগ্ধ হৈছে অলেখ জনতা ।
তেওঁ সুৰত যে আল্লাহৰ নুৰ লুকাই আছে
তেওঁ গলেই শুনিব মন যায় গজল বোৰ
আৰু ধুনীয়া হৈ পৰে তেখেতৰ গজলৰ সুৰ
আমিও AP media ফালৰ পৰা তেখেতৰ কাৰণে দুৱা কৰিছো
তেখেতে পাওঁক অলেখ সুখ
সুন্দৰকৈ গাই যাওঁক গজল বোৰ ।
এনেকৈ আগবাঢ়ি যাওঁক অলেখ দূৰ
@Tina