Assam News

Assam News ASSAM NEWS 24 x7

29/05/2026

বিশেষভাৱে সক্ষম এগৰাকী যুৱকে নিজে খুজি-মাগি পোৱাৰ পৰাই সামান্য আশীৰ্বাদ হিচাবে কিছু দান কৰে।এয়াই আশীৰ্বাদ।।

18/05/2026

ওদালগুৰি বিজেপিয়ে NDA সমৰ্থিত বিজয়ী বিধায়ক সকলক সম্বৰ্ধনা জনায় বিষ্ণুৰাভা প্ৰেক্ষাগৃহত।

14/05/2026

👉মন্ত্ৰীত্ব লাভ কৰাৰ পিছত প্ৰথম বাৰৰ বাবে নিজগৃহত উপস্থিত মন্ত্ৰী চৰণ বড়ো।
👉শশ অনুৰাগী আৰু সমৰ্থকে জনালে উষ্ম আদৰণি।
ফটকা আতচবাজী ফুটাই আনন্দত মতলীয়া হ'ল ওচৰ চুবুৰীয়া, শশ অনুৰাগী।
👉পৰিবহণ বিভাগৰ পৰা অধিক ৰাজহ স‍ংগ্ৰহ কৰাৰ পৰিকল্পনা মন্ত্ৰী চৰণ বড়োৰ।

09/05/2026

👉"নিৰ্বাচনত পৰাজয় মানে সকলো শেষ নহয়"।
👉UPPLৰ পৰ্যালোচনা বৈঠক। বৈঠকৰ পিছতে সংবাদমেল সম্বোধন দ্বীপেন বড়োৰ।

এয়া কংগ্ৰেছৰ নতুন দলীয় পতাকা বুলি টিপ্পনী বিধায়ক অশোক সিংঘালৰ।
06/05/2026

এয়া কংগ্ৰেছৰ নতুন দলীয় পতাকা বুলি টিপ্পনী বিধায়ক অশোক সিংঘালৰ।

06/05/2026

হাগ্ৰামা মহিলাৰীক নালাগে মন্ত্ৰীত্ব! ! লাগে বিটিচিৰ উন্নয়ন।

02/05/2026

টংলা টাউন ইউথ ক্লাৱৰ সৌজন্যত বসন্ত উৎসৱ।

29/04/2026

⚡ওদালগুৰিৰ হৰিশিঙাৰ দদিন গাঁৱৰ কৃষকৰ সন্তানৰ সফলতা।অমিকা দৈমাৰীয়ে সদ্য ঘোষিত উচ্চত্তৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৯২.০৬% লাভ কৰিছে।

⚡বাইহাটা চাৰিআলিৰ চিগমা পইন্ট ইন্টিগ্ৰেটেড একাডেমীত অধ্যয়ন কৰিছিল অমিকা দৈমাৰীয়ে।চিগমা পইন্টৰ শিক্ষক জিন্তুমনি কুমাৰে অমিকা দৈমাৰীক সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাৰ ব্যাবস্থা কৰি দিছিল।

⚡হাইস্কুল শিক্ষান্ত পৰীক্ষাত হৰিশিঙাৰ ৰাজখুম্ব্ৰী ইংলিছ স্কুলৰ পৰা ৯১,০৬ শতাংশ লৈ উত্তীৰ্ণ হৈছিল অমিকা দৈমাৰীয়ে।

19/04/2026

জুবিন গাৰ্গৰ গীতসমূহ বিকৃত ৰূপত পৰিৱেশন কৰি, আধা গাই আধা দৰ্শকক মাইক্ৰফোন দি দিয়া সময়তেই প্ৰাণৰ শিল্পীগৰাকীৰ গীতৰ হামিং প্ৰাণ ঢালি গাইছে ৰহিম ৰাজে ।


সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগীতা।যোগাযোগ:-9101583101,9859364627
19/04/2026

সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগীতা।
যোগাযোগ:-9101583101,9859364627



18/04/2026

মই ভাগৰা নাই. . . .

Address

RGB Road
Udalguri
784522

Alerts

Be the first to know and let us send you an email when Assam News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam News:

Share