Abhishek raj kalita

Abhishek raj kalita Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Abhishek raj kalita, Digital creator, Udalguri.

With Rashmi Pathak – I'm on a streak! I've been a top fan for 6 months in a row. 🎉
06/03/2025

With Rashmi Pathak – I'm on a streak! I've been a top fan for 6 months in a row. 🎉

দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ মৃত্যু ৷ মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ৮৬ বছৰ বয়সত মৃত্যু ৷ কেইবাদিন ধৰি বাৰ্ধক্যজনি...
09/10/2024

দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ মৃত্যু ৷ মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ৮৬ বছৰ বয়সত মৃত্যু ৷ কেইবাদিন ধৰি বাৰ্ধক্যজনিত ৰোগত চিকিৎসাধীন হৈ আছিল ৰতন টাটা ৷

ঔম শান্তি

25/09/2024

কি সুন্দৰ কণ্ঠ এবাৰ ভাল দৰে শুনিব চূণ আৰু আশীৰ্বাদ কৰিব

মানুহে মানুহৰ বাবেযদিহে অকনো নেভাবেঅকনি সহানুভূতিৰেভাবিব কোনেনো কোৱা সমনীয়া?অসমৰ হিয়াৰ আমঠু সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা ...
08/09/2024

মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাবে
অকনি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া?
অসমৰ হিয়াৰ আমঠু সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা দেৱেৰ ৯৯সংখ্যাক জন্মবাৰ্ষিকীত তেখেতক জনাইছোঁ সহস্ৰ প্ৰণাম🙏।

আজি ওদালগুৰি জিলা কলিতা ছাত্ৰ সন্থা নব নিৰ্বাচিত সমিতিক দায়িত্ব অৰ্পণ কৰা হয়
01/09/2024

আজি ওদালগুৰি জিলা কলিতা ছাত্ৰ সন্থা নব নিৰ্বাচিত সমিতিক দায়িত্ব অৰ্পণ কৰা হয়

ৰৌতাৰ  ষ্টেচন ওদালগুৰি জিলা টুটু কাকতি দীর্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত পুত্ৰৰ মুখলৈ চাই চকুলো টুকিছে এগৰাকী দুৰ্ভগী...
23/08/2024

ৰৌতাৰ ষ্টেচন ওদালগুৰি জিলা টুটু কাকতি দীর্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত
পুত্ৰৰ মুখলৈ চাই চকুলো টুকিছে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে। ৰৌতা ষ্টেচনৰ টুটু কাকতি নামৰ যুৱকজনে যোৱা বছৰৰ পৰা দুৰাৰোগ্য কর্কট ৰোগত আক্রন্ত হৈ বর্তমান শয্যাশায়ী অৱস্থাত আছে। তিনিটি পুত্র সন্তানৰ মাতৃ অঞ্জনা কাকতিয়ে ইতিমধ্যে এজন পুত্ৰ হেৰুওৱাৰ বেদনা এই পর্যন্ত পাহৰিব পৰা নাই। তাতে আকৌ আন এজন পুত্ৰৰ এই অৱস্থাই বিধৱা মাতৃগৰাকীৰ জীৱনলৈ ঘোৰ অমানিশা নমাই আনিছে। বৰ্তমান দুজন ল'ৰাৰ ভিতৰত অবিবাহিত টুটু কাকতি জ্যেষ্ঠ। গাড়ী চলাই দৈনিক মজুৰিবে পৰিয়ালটিক পোহপাল দি থকা টুটু এতিয়া শয্যাশায়ী। এক আকস্মিক দুর্ঘটনাত পতিত হৈ চিকিৎসা গ্ৰহণ কৰি থকাৰ পাছত বিগত বৰ্ষত কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পাৰি পৰিয়ালটিৰ মূৰত সৰগ ভাঙি পৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্রথমে চিকিৎসা আৰম্ভ কৰাৰ পাছত চিকিৎসকে আৰোগ্য লাভ কৰাৰ আশ্বাস প্রদান কৰিছিল। কিন্তু দিন বাগৰি যোৱাৰ লগে লগে স্বাস্থ্যৰ

ঘটিছে বুলি টুটুৰে নিজে প্ৰকাশ কৰিছে। অতি দৰিদ্ৰ পৰিয়ালটিয়ে ঘৰৰ গৰু-ছাগলী, লাম-লাকটু যি আছিল সেইবোৰ বিক্ৰী কৰি ৰোগীৰ চিকিৎসাত খৰচ কৰিলে। এতিয়া সৰ্বস্বান্ত পৰিয়ালটি উপায়হীন হৈ পৰিছে। যাৰ ফলত সাংবাদিকৰ কাষ চাপি অসমৰ জনগণ তথা মুখ্যমন্ত্ৰীগৰাকীৰ সহায় বিচাৰিছে পৰিয়ালটিয়ে। দুর্ভগীয়া পৰিয়ালটিৰ মুৰব্বী অসহায় মাতৃগৰাকীয়ে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাক টুটুৰ চিকিৎসা সন্দর্ভত সহায় বিচাৰি কাতৰ আহ্বান জনাইছে। আনহাতে কোনো হৃদয়বান লোকে যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে, তেন্তে ভাৰতীয় ষ্টেট বেংকৰ ৰৌতা চাৰিআলি শাখাৰ একাউন্ট নং ৩০৮০৯০৮০১৩৪, আই এফ চি এছ SBIN০০০৩৩৭৮ নংযোগে কৰিব পাৰিব। লগতে ৯৫০৮৬৪২০৯৪ নম্বৰত গুগল পেযোগেও যথাসম্ভব সহায় কৰিব পাৰিব। এই পর্যন্ত মনোবল ভাঙি নিদিয়া টুটু কাকতিয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সহায়ৰ হাত আগবঢ়ালে উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ আশাত আগ্ৰহেৰে বাট চাইছে।
Himanta biswa sarma
Charan robo
MLA
Dilip Saikia
MP

বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জ বড়ো বাপৰ মৰম বোৰ সাঁচি থলো কৃষ্ণ ঈশ্বৰে আপোনাক সুস্থ কৰি ৰাখক
19/08/2024

বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জ বড়ো বাপৰ মৰম বোৰ সাঁচি থলো কৃষ্ণ ঈশ্বৰে আপোনাক সুস্থ কৰি ৰাখক

Address

Udalguri

Telephone

+919957618313

Website

Alerts

Be the first to know and let us send you an email when Abhishek raj kalita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Abhishek raj kalita:

Share