Sinaki Prithvi

Sinaki Prithvi মোৰ এই সৰু পৃথিৱী খনত সকলোকে স্বাগতম জনালো৷ আশা কৰো মোৰ এই যাত্ৰাত আপোনালোকেও অংশীদাৰ হব৷ Love you all �

অভিনন্দন টীম ইণ্ডিয়া
08/03/2026

অভিনন্দন টীম ইণ্ডিয়া

অভিনন্দন টীম ইণ্ডিয়া৷ শক্তিশালি ইংলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয় লাভ কৰি ফাইনালত প্ৰবেশৰ কৰা বাবে🙏❤️💪🇮🇳💪
05/03/2026

অভিনন্দন টীম ইণ্ডিয়া৷ শক্তিশালি ইংলেণ্ডৰ বিৰুদ্ধে বৃহৎ জয় লাভ কৰি ফাইনালত প্ৰবেশৰ কৰা বাবে🙏❤️💪🇮🇳💪


অভিনন্দন টীম ইণ্ডিয়া৷❤️
01/03/2026

অভিনন্দন টীম ইণ্ডিয়া৷❤️

আজি ওদালগুৰি জিলাৰ আলংবাৰ হাইস্কুলত চাইকেল বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰি৷
27/02/2026

আজি ওদালগুৰি জিলাৰ আলংবাৰ হাইস্কুলত চাইকেল বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰি৷

well done Team India 💪🏆❤️
26/02/2026

well done Team India 💪🏆❤️

25/02/2026

ৰাজ্যত ১০.২২ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। প্ৰায় 4.2 ৰিখটাৰ স্কেলত জোকৰণি৷

আজি কোকৰাঝাৰ আৰু চিৰাং জিলাৰ হিতাধিকাৰীসকলক CMAAA 2.0 চেক বিতৰণ কৰা হয়৷
23/02/2026

আজি কোকৰাঝাৰ আৰু চিৰাং জিলাৰ হিতাধিকাৰীসকলক CMAAA 2.0 চেক বিতৰণ কৰা হয়৷

ৰাঘৱ চাড্ডাৰ সংসদত প্ৰশ্ন RECHARGE শেষ হ'লে OUTGOING বন্ধ হোৱাটো মানি লব পাৰি, কিন্তু INCOMING বন্ধ কিয়? SIM মোৰ, MOBILE...
21/02/2026

ৰাঘৱ চাড্ডাৰ সংসদত প্ৰশ্ন RECHARGE শেষ হ'লে OUTGOING বন্ধ হোৱাটো মানি লব পাৰি, কিন্তু INCOMING বন্ধ কিয়? SIM মোৰ, MOBILE মোৰ, 'INCOMING' কলত তলা কিয়?

দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা সাংসদ তথা স্ক্ৰীনিং কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীক বিমানবন্দৰত উষ্ম আদৰ...
19/02/2026

দুদিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা সাংসদ তথা স্ক্ৰীনিং কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধীক বিমানবন্দৰত উষ্ম আদৰণী জনাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়া লগতে অন্যান্য নেতৃবিন্দই।

Address

Udalguri

Website

Alerts

Be the first to know and let us send you an email when Sinaki Prithvi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share