Update Now

Update Now Update now is a digital media platform focused on analytical reporting of burning and relevant issues
(4)

17/08/2025

17/08/2025

▪️অসম জাতীয় পৰিষদৰ উত্থানত কম্পমান বিজেপি
▪️শদিয়াত বিৰোধীৰ উত্থানে শংকিত কৰিছে বিজেপিক
▪️জগদীশ ভূঞাৰ নামত ভুৱা প্ৰচাৰত নামিছে বিজেপি!
▪️ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ জগদীশ ভূঞাৰ
Assam Jatiya Parishad
Jagadish Bhuyan

17/08/2025

📍ডিমা হাছাও জিলাৰ তিনি হাজাৰ বিঘা ভূমি চিমেণ্ট কোম্পানীক চৰকাৰে আবণ্টন দিয়া কার্যত হতভম্ব গৌহাটী উচ্চ ন্যায়ালয়

📍এই মাটি প্ৰতিষ্ঠানটোক কেনেকৈ গতাই দিয়া হ’ল সেই সন্দর্ভত শপতনামা দাখিল কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ ন্যায়ালয়ৰ

16/08/2025

16/08/2025

📌তিনিচুকীয়াত বীৰ লাচিত সেনাৰ সংবাদমেল
📌TDA মাৰ্কেট প্লাজাত অসমীয়া যুৱতীক প্ৰহাৰ কৰা ঘটনাক গৰিহণা
📌২৪ ঘণ্টাৰ ভিতৰত অভিযুক্ত মহম্মদ আক্ৰামক গ্ৰেপ্তাৰ কৰাৰ দাবী
📌বিদেশীক অসমত সংস্থাপন দিয়াৰ সিদ্ধান্ত সন্দৰ্ভতো সৰৱ বীৰ লাচিত সেনাৰ তিনিচুকীয়া জিলা সমিতিৰ

16/08/2025

▪️যুৱতীক প্ৰহাৰক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ TDA মাৰ্কেট প্লাজাত উত্তপ্ত পৰিস্থিতি
▪️অসমীয়া যুৱতীক প্ৰহাৰ ম'বাইল‌ দোকানী মহম্মদ আক্ৰামৰ
▪️পুনৰ বন্ধ কৰি দিয়া হ'ল বিতৰ্কিত TDA মাৰ্কেট প্লাজা
▪️তিনিচুকীয়াৰ পৰিস্থিতি অশান্ত কৰিবলে কোনে কৰিছে ষড়যন্ত্ৰ?

16/08/2025

▪️এগৰাকী অসহায় বৃদ্ধাৰ কাক্ষত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ
▪️৮ বছৰে হাত-ভৰি বিকল‌ হৈ বিচনাকে সাৰথি কৰি লৈছে কপৌপথাৰ আহোম গাঁৱৰ ৰূপা বুঢ়াগোহাঁইয়ে
▪️এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন

16/08/2025
16/08/2025

▪️তিনিচুকীয়া TDA মাৰ্কেটত পুনৰ উত্তৰ পৰিস্থিতি
▪️এইবাৰ বণিয়াৰ টাৰ্গেট এগৰাকী যুৱতী
▪️বৰপাত্ৰ গোহাঁই উপাধিৰ যুৱতীগৰাকীক প্ৰহাৰ SB ম'বাইল বিপণিৰ স্বত্বাধিকাৰী মহম্মদ আক্ৰামৰ
▪️SB ম'বাইল বিপণিত কৰ্মৰত যুৱতী বৰপাত্ৰ গোহাঁইক মহম্মদ আক্ৰামে দীৰ্ঘদিন ধৰি চলাই আহিছিল মানসিক অত্যাচাৰো
▪️১৩ আগষ্টত সংঘটিত হৈছিল এই ঘটনা
▪️ইতিমধ্যেই দোকান বন্ধ‌ কৰি পলায়ন কৰিছে অভিযুক্ত মহম্মদ আক্ৰামে

16/08/2025

📌মানুহৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি চাবুৱাৰ দিনজয় চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
📌হঠাৎ বমি আৰু পেট বিষ হৈ এতিয়ালৈকে শিশুসহ মৃত্যু হৈছে ৫গৰাকী লোকৰ
📌বিগত এটা সপ্তাহ ধৰি বাগিচাখনত এটা লাইনত অব্যাহত আছে এই ৰোগ
📌লাইনৰ কদৰ্যময় পৰিৱেশৰ বাবে এই ৰোগ হোৱাৰ আশংকা ৰাইজৰ
📌ৰোগীক চিকিৎসালয়লৈ নিবলৈ বাগিচা কৰ্তৃপক্ষই এম্বুলেন্স প্ৰদান নকৰাৰো অভিযোগ আনিছে ৰাইজে

Address


Telephone

+918011035733

Website

Alerts

Be the first to know and let us send you an email when Update Now posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Update Now:

  • Want your business to be the top-listed Media Company?

Share

Our Story

Update now is a digital media platform focused on analytical reporting of burning and relevant issues . We are on a quest at providing authentic information which are not sensationalized or heightened at any cost without violating media law.