News Assam 24×7

  • Home
  • News Assam 24×7

News Assam 24×7 News Assam 24×7

নীলাছবিৰ ৰঙীণ জগত খনত প্ৰৱেশ কৰিলে নেকি অসমীয়া জীয়ৰী অৰ্চিতা ফুকনে? শেহতীয়াকৈ ইনষ্ট্ৰাগ্ৰামত দেখা গ'ল এগৰাকী আমেৰিকান ষ্...
02/07/2025

নীলাছবিৰ ৰঙীণ জগত খনত প্ৰৱেশ কৰিলে নেকি অসমীয়া জীয়ৰী অৰ্চিতা ফুকনে? শেহতীয়াকৈ ইনষ্ট্ৰাগ্ৰামত দেখা গ'ল এগৰাকী আমেৰিকান ষ্টাৰ অভিনেত্ৰীৰ লগত অৰ্চিতাক।নীলা ছবিৰ জগত খনত তেঁওৰ পৰা উৎসাহ পোৱাৰ কথাও সদৰী কৰে।
এইয়া এগৰাকী অসমীয়া জীয়ৰীৰ বিশ্বমুখী যাত্ৰা।ইতিমধ্যে চৰ্চিত হৈছে চৌদিশে।

15/06/2025

Breaking: Original Video Clip Of Air India Flight ✈️ crash

15/06/2025

Breaking-গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনl

Breaking-গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনে খুন্দিওৱা আট্ৰলিকা টি এখন চিকিৎসা মহাবিদ্যালয় হোষ্টেল ...
13/06/2025

Breaking-গুজৰাটৰ আহমেদাবাদত সংঘটিত হোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনে খুন্দিওৱা আট্ৰলিকা টি এখন চিকিৎসা মহাবিদ্যালয় হোষ্টেল আছিল। আৰু সেই হোষ্টেলৰ 40 ছাত্ৰ-ছাত্ৰী আহত হোৱাৰ লগতে মৃত্যু হৈছে বুলি খবৰ আহিছে। এই দুৰ্ঘটনাত নিহত হোৱা ব্যক্তি সকলৰ আত্মাৰ শান্তি প্ৰাৰ্থনা জনাইছো ll

12/05/2025
24/03/2025

Breaking:বকোৰ বনগাঁওত তৃণমূল কংগ্ৰেছ দলৰ সংবাদ মেল। ৰাভা হাছং পৰিষদৰ নিৰ্বাচনত কামৰূপ জিলাত চাৰি গৰাকী দলীয় প্ৰাৰ্থী প্ৰক্ষেপৰ ঘোষণা। ৰাইজক আস্থা আৰু বিশ্বাসেৰে তৃণমুলক আঁকোৱালি লোৱাৰ আহ্বান।

16/03/2025

Breaking: বকো আঞ্চলিক শ্ৰীমন্ত শঙ্কৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত বাপ-আই সকলোৱেই উদযাপন কৰিলে দৌল উৎসৱ।

15/03/2025

Breaking:বকোত ৰাভা হাছং পৰিষদৰ নিৰ্বাচনী প্ৰাৰ্থীৰ মনোনয়ন দাখিল পৰ্ব সমাপ্ত। নগৰমল স্বৰ্গীয়াৰী, আদিত্য ৰাভা, সোনাৰাম ৰাভা,দূৰ্গেশ্বৰ বড়োকে ধৰি বহু সংখ্যকে দাখিল কৰিলে মনোনয়ন।অহা ২ এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং পৰিষদৰ নিৰ্বাচন। দক্ষিণ কামৰূপৰ ৰাণীৰ পৰা জয়ৰামকুচীলৈ সমগ্ৰ এলেকা জুৰি গঠিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ পৰিষদীয় সমষ্টি ৩৬ টা।

Advantage Assam 2.0
25/02/2025

Advantage Assam 2.0

24/02/2025

সৰুসজাই ষ্টেডিয়ামত ৯০০০ শিল্পী আৰু নাচনীৰে বাগানীয়া নৃত‍্য পৰিবেশন॥ মুখ‍্য অতিথি হিচাপে উপষ্ঠিত থাকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰে নোডী ডাঙৰীয়া

23/02/2025

বকো ২৩ ফেব্ৰুৱাৰী - মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অতি প্ৰিয় শিষ্য বৰবিষ্ণু আতাৰ থান কামৰূপ জিলাৰ বকোৰ ছমৰীয়া সত্ৰৰ বাৰ্ষিক বৰ সবাহৰ প্ৰস্তূতি তুংগত উঠিছে । দক্ষিণ কুলীয়া শ্ৰী শ্ৰী বৰবিষ্ণু আতাৰ তিৰোভাৱ তিথি বিগত বছৰবোৰৰ দৰে এই বেলিও অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ চাৰি দিনীয়াকৈ ধৰ্মীয় মাংগলিক ৰীতি-নীতিৰে আয়োজন কৰা হ'ব।

Address


Telephone

+918723098949

Website

Alerts

Be the first to know and let us send you an email when News Assam 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Assam 24×7:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share