AGNL digital

AGNL digital CEO ,AGNL DIGITAL

30/01/2025

📌আমেৰিকাৰ মাজ আকাশত ভয়ংকৰ দুৰ্ঘটনা
📌ৱাশ্বিংটন ডি চিত যাত্ৰীবাহী বিমান-হেলিকপ্টাৰৰ সংঘৰ্ষ
📌দুৰ্ঘটনাত ৬০গৰাকী যাত্ৰীৰ ১৮ জনৰ মৃত্যু
📌হেলিকপ্টাৰখনত আছিল সেনাৰ এটা দল

30/01/2025

মদ্যপান কৰিলেও কেঞ্চাৰ হ'ব পাৰে,মদৰ বটলটো লিখিব লাগিব বিধিসন্মত সতৰ্কীকৰণ!

30/01/2025

▶️ অনলাইন ট্ৰেডিঙৰ নামত নগাঁৱত বৃহৎ প্ৰৱঞ্চনা। কোটি কোটি টকা লুণ্ঠন কৰি পলায়ন কাজু, স্বাগতাৰ। Big Bull, Money in Minutesৰ বিৰুদ্ধে নীৰৱ নগাঁও আৰক্ষী। নগাঁৱত চলি থকা ট্ৰেডিং প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই আৰক্ষীয়ে।

30/01/2025

▶️ কাইলৈৰ পৰা অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন
▶️ অধিৱেশনক লৈ উখল-মাখল পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ
▶️ CM ভিজিলেঞ্চৰ পুনৰ জেৰা বিতৰ্কিত ACS অশ্বিনী কুমাৰ দলেক
▶️ বিষয়াজনৰ বিৰুদ্ধে আছে অবৈধ সম্পত্তি গঢ়াৰ গুৰুতৰ অভিযোগ
▶️ ৰাজ্যৰ সকলো স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষক লৈ বৈঠক বিধানসভাত
▶️ পৰিষদ সমূহ শক্তিশালী কৰিবলৈ প্ৰিজাইডিং অফিচাৰ্ছ কমিটী গঠন
▶️ ইতিহাস সৃষ্টি কৰি দিছপুৰৰ বাহিৰত প্ৰথমবাৰলৈ বিধানসভাৰ অধিবেশন

📌CRPFৰ সঞ্চালক প্ৰধান ৰূপে দায়িত্ব গ্ৰহণ জি পি সিঙৰ
30/01/2025

📌CRPFৰ সঞ্চালক প্ৰধান ৰূপে দায়িত্ব গ্ৰহণ জি পি সিঙৰ

30/01/2025

প্ৰয়াগৰাজৰ কুম্ভমেলাত আকৌ অগ্নিকাণ্ড। ছেক্টৰ ২২ত অগ্নিকাণ্ডত হাহাকাৰ পৰিৱেশ। জুইত জাহ গ’ল ১৫ টাৰো অধিক পেণ্ডেল।

30/01/2025
গোৰ্খাসকলৰ অমূল্য অৱদানেৰে সমৃদ্ধ অসম ভূমি৷  চহকী সম্প্ৰদায়টোৰ এগৰাকী বৰেণ্য সত্তা, স্বাধীনতা সংগ্ৰামী বাবু ছবিলাল উপাধ্...
09/11/2024

গোৰ্খাসকলৰ অমূল্য অৱদানেৰে সমৃদ্ধ অসম ভূমি৷ চহকী সম্প্ৰদায়টোৰ এগৰাকী বৰেণ্য সত্তা, স্বাধীনতা সংগ্ৰামী বাবু ছবিলাল উপাধ্যায়ৰ অৱদান অসমৰ ইতিহাসত সদায়ে ভাস্বৰিত হৈ থাকিব৷ বিশিষ্ট স্বাধীনতা সংগ্ৰামীগৰাকীক সন্মান জনাই অসম চৰকাৰে ৰাজধানী গুৱাহাটীত স্থাপন কৰিব তেখেতৰ এটি প্ৰতিমূৰ্তি। এই সন্দর্ভত গুৱাহাটী মহানগৰ উন্নয়ন কর্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়ালৈ এখন পত্ৰ লিখি উপযুক্ত স্থান চিনাক্ত কৰি এই কামটোক অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰিছে ।

09/11/2024

local dancer

🔷 নতুন অসমৰ নতুন অধ্যায় - আত্মনিৰ্ভৰতা আৰু উদ্যমৰ শক্তি! 🔷মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৬৬ কোটি টকাৰ দ্বিতী...
09/11/2024

🔷 নতুন অসমৰ নতুন অধ্যায় - আত্মনিৰ্ভৰতা আৰু উদ্যমৰ শক্তি! 🔷

মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত ৬৬ কোটি টকাৰ দ্বিতীয় কিস্তি মুকলি—আজি ৯ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব দ্বিতীয় কিস্তিৰ হস্তান্তৰ।অসমৰ ২৫,০০০তকৈ অধিক উদ্যোগীয়ে এতিয়ালৈ লাভ কৰিছে ৭৫,০০০ টকাৰ প্ৰথম সহায়!

🎉 পঞ্জীয়ন অব্যাহত আছে! 🎉 ১৮ অক্টোবৰ ২০২৪ত আত্মনিৰ্ভৰ অসম অভিযান ২.০ মুকলি কৰা হৈছে, আৰু ইয়াৰ দ্বাৰা আন অর্হতাসম্পন্ন উদ্যোগী সকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। আগ্ৰহীসকলে অতিৰিক্ত সময় নষ্ট নকৰি সোনকালে যোগদান কৰক cmaaa.assam.gov.in ত আৰু গঢ়ক আপোনাৰ আত্মনিৰ্ভৰ পৰিচয়! 🚀

Address


Alerts

Be the first to know and let us send you an email when AGNL digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AGNL digital:

  • Want your business to be the top-listed Media Company?

Share