TIME8 Live

TIME8 Live The Power House of Digital Journalism in North-East India
(3)

13/12/2025

নামনি সোৱণশিৰি প্ৰকল্পত নিশা ভয়ংকৰ ঘটনা । ছাটাৰ খোলোতেই গেছ কাটাৰৰ পৰা অগ্নিকাণ্ডৰ সুত্ৰপাত । সমগ্ৰ গেৰুকামুখতে ৰাইজৰ মাজত লাগিছে হাহাকাৰ

13/12/2025

দক্ষিণ কামৰূপৰ চৌধুৰীপামত ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী ট্ৰেভেলাৰে যাত্ৰীবাহী ই-ৰিক্সাৰ সৈতে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। আহত ছায়েদ আলী, ছাদ্দাম হুছেইন, নুৰ আলম আৰু ছাহিদা বেগমক হাস্পতালত ভৰ্তি

13/12/2025

গুৱাহাটীত উপস্থিত বলীউডৰ কণ্ঠশিল্পী চনু নিগম । বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈয়েই স্মৰণ কৰিলে জুবিন গাৰ্গক। অসমৰ মানুহৰ শিল্পীপ্ৰেমৰ কথা কৈ পুনৰবাৰ আৱেগিক হৈ পৰিল কণ্ঠশিল্পীগৰাকী

13/12/2025

কিংবদন্তি ফুটবলাৰ লিঅনেল মেছীৰ ওচৰত ক্ষমা বিচাৰিলে মমতা বেনাৰ্জীয়ে। চূড়ান্ত বিশৃংখলতাৰ বাবে টুইট কৰি ক্ষমা-প্ৰাৰ্থনা মমতাৰ। মেছীক চাবলৈ অহা হাজাৰ হাজাৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। মেছীয়ে ষ্টেডিয়াম ত্যাগ কৰাৰ পিছতেই দৰ্শকে লণ্ড-ভণ্ড কৰে ষ্টেডিয়াম

13/12/2025

স্বগৃহত উপস্থিত অৰুণাচলত পথ দুৰ্ঘটনাত পতিত ৬ শ্ৰমিকৰ নশ্বৰ দেহ। তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাত শোকাকুল পৰিৱেশ। একেখন গাঁৱতে ৬ শ্ৰমিকৰ কৰুণ ঘটনাই কন্দুৱাইছে সকলোকে

13/12/2025

১৬ ডিচেম্বৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰথমটো শুনানি । আদালতৰ সন্মুখত হাজিৰ হব মূল অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাই, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত। এইকেইটা অভিযুক্তৰ বিৰুদ্ধে ভয়ংকৰ তথ্য চাৰ্জশ্বীটত !

13/12/2025

বাবৰি মছজিদ নিৰ্মাণৰ বাবে মুছলমানে দিছে কোটি কোটি টকাৰ দান। এই পৰ্যন্ত ৫ কোটি টকাৰ দান সংগ্ৰহ। দিন-ৰাতি টকা গণিছে মেচিন। বহু মুছলমানে সোণৰ আ-অলংকাৰো আগবঢ়াইছে এই মছজিদ নিৰ্মাণৰ বাবে

13/12/2025

১ জানুৱাৰীৰ পৰা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ । মূল্যবৃদ্ধিৰ মাজতে চৰকাৰৰ বৃহৎ সকাহ দৰিদ্ৰ লোকক। মাত্ৰ ১০০ টকাতে ৬৭ লাখ ৬৩ হাজাৰ, ২৪৪গৰাকী হিতাধিকাৰীক চৰকাৰে দিব ১ কেজিকৈ মচুৰ দাইল, চেনি আৰু নিমখ

13/12/2025

চাৰ্জশ্বীটত উদঘাটন হ'ল জুবিন গাৰ্গ কাণ্ডৰ ৰহস্য। ১২ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীটত জুবিন কাণ্ডৰ সকলো তথ্য। কোনে, কেনেকৈ, কিয় কৰিলে এই কাণ্ড ? চাৰ্জশ্বীটৰ প্ৰতিটো পৃষ্ঠাত স্পষ্ট হৈছে জুবিন গাৰ্গ কাণ্ডৰ প্ৰমাণ।

গোসাইগাঁৱত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, হাগ্রামা মহিলাৰীয়ে বিতৰণ কৰে মহিলা উদ্যমিতাৰ চেক
13/12/2025

গোসাইগাঁৱত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, হাগ্রামা মহিলাৰীয়ে বিতৰণ কৰে মহিলা উদ্যমিতাৰ চেক

13/12/2025

পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ অপৰাধত স্বামী অপন দাসক জে'ললৈ প্ৰেৰণ। ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাত যাবজীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ SIES চন্দ্ৰশেখৰ সৰস্বতী ৰাষ্ট্ৰীয় সন্মান
13/12/2025

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ SIES চন্দ্ৰশেখৰ সৰস্বতী ৰাষ্ট্ৰীয় সন্মান

Address


Alerts

Be the first to know and let us send you an email when TIME8 Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TIME8 Live:

  • Want your business to be the top-listed Media Company?

Share