NorthEast Info

  • Home
  • NorthEast Info

NorthEast Info This is definitely improvement page.

27/08/2024

ভালকৈ ধুলে 😃টেঙানীলৈ কাৰেন্টটো বাছত যায় নেকি ? 😁

RIP ❤️বাঘ , সিংহ আদিয়েও যেতিয়া অন্য জন্তুৰ চিকাৰ কৰে , তেতিয়া প্ৰথমে গলঢনত কামুৰি জন্তুটো মাৰি লয় । তাৰ পিছত সেইটো ভক্ষন...
16/08/2024

RIP ❤️
বাঘ , সিংহ আদিয়েও যেতিয়া অন্য জন্তুৰ চিকাৰ কৰে , তেতিয়া প্ৰথমে গলঢনত কামুৰি জন্তুটো মাৰি লয় । তাৰ পিছত সেইটো ভক্ষন কৰে । জিয়াই জিয়াই ১১৮ টা কামোৰ , চকুৰ মনি ফাটি তেজ ওলাই যোৱা , দুয়োখন ভৰি ওলোটাকৈ মুচৰি দিয়া , হাতৰ নখ উলিয়াই অনা আদিবোৰ জন্তুৰো কাম নহয় ।।

১৫০ গ্ৰাম Semen মানে তাত কমেও ১৫ টা কুকুৰনেচিয়া আছিল ।।

মৌমিতা দেৱীক ন্যায় দিব লাগে সোনকালে ।। হয়তো মৌমিতা দেৱীয়ে সিহঁতৰ গোপন কিবা গম পাইছিল ।
💔🥹

Best view of Saraighat Bridge in North  Guwahati. 🇮🇳📸
01/04/2024

Best view of Saraighat Bridge in North Guwahati. 🇮🇳📸

01/04/2024

❣️

৯০দশকৰ মানুহখিনিৰ বাবে এইয়াই modular kitchen আছিল আৰু বহুত ধুনীয়া আছিল আজিৰ যুগৰ তুলনাত😍🥺।
26/02/2023

৯০দশকৰ মানুহখিনিৰ বাবে এইয়াই modular kitchen আছিল আৰু বহুত ধুনীয়া আছিল আজিৰ যুগৰ তুলনাত😍🥺।

15/01/2023

দেউতা কাষত থাকিলে মহাসমুদ্ৰৰ উত্তাল ত্বৰঙ্গ‌ও যেন হৈ পৰে শান্ত লহৰ, নিজ পিতৃ কাষত থাকিলে সকলো পুত্ৰ হৈ পৰে নিৰ্ভীক, চিন্তা কিম্বা ক্লেশহীন যুৱৰাজ☺️
দেউতা থকাটোৱেই যেন এটা সাহস, এজন সঁচা সাঁৰথি 🙏🏻🙏🏻

04/12/2022


NorthEast Info

03/12/2022


NorthEast Info

১০ টকা KP সদায় 2 তা কৈ খালে মহিলী ৬০০টকা গৈ আছে।১০০ টকা মদৰ বটল মাহিলী ৩০০০টকা গৈ আছে..পূজা বুলিতো এইকেইদিন পাৰ্লাৰ ও গ'...
06/10/2022

১০ টকা KP সদায় 2 তা কৈ খালে মহিলী ৬০০টকা গৈ আছে।১০০ টকা মদৰ বটল মাহিলী ৩০০০টকা গৈ আছে..পূজা বুলিতো এইকেইদিন পাৰ্লাৰ ও গ'লো চুলি কেইদাল, দেহাটোৰ নামত বহুত পইচা খৰছ ও কৰি দিলোঁ নহয়নে?ৰেষ্টুৰেন্টতো বহুত দামী খানা খালোঁ নহয় নে??ঠিক আছে দুদিন মান KP ও নাখাও মদ ও নাখাও পাৰ্লাৰ ও দুদিন দেৰিকৈ যাম ৰেষ্টুৰেণ্ট ও কেইদিন মান পাছত যাম। পূজাৰ দিনাই সি দেউতাকক হেৰুৱাইছে জেলেপীৰ পলিথিন জেলেপী হৈয়ে থাকিল চিঞৰি কান্দিছে আমি কেনেকৈ জীয়াই থাকিম video বোৰ চাবলৈ সাহস নহ'লেই । ১০০ টকা ও নালাগে ৫০ টকা এটা তো দিব পাৰিবা দিয়াচোন ৫০ টকাৰ ঠাইত ভগৱানে ১০০০ টকা ও দিব তোমাক।ফেচবুক ত এনেই মানৱতা চেলুৱা বহুত দেখিছোঁ ধনীয়ে মিছা কথাতো Sympathy পায় কিন্তু দুখীয়াই একেবাৰেই নাপায়। একো নাই কিবা এটা দি দিয়া নিজা সামৰ্থৰে ভাল লাগে মনটো চাবাচোন
Gpay 7085776768 /Ac no 0161104000018674 IFSC IBKL 0000161
AC holder: Mamu Doloi Das

28/09/2022

Address


Alerts

Be the first to know and let us send you an email when NorthEast Info posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share