Hanmiholi

Hanmiholi আনৰ অনিষ্ট নোহোৱা সকলো ভিডিও চাব পাৰিব।মনোৰঞ্জন,তথ্য সম্বলিত,উপাৰ্জনৰ পথ,Vlog,ইত্যাদি।।

16/08/2025

⛔কিডনী,গলব্লাডাৰত পাথৰ বা ষ্টন হোৱা বহু ৰোগী সুস্থ হৈছে জয়মন সোনোৱালৰ বনৌষধি চিকিৎসাত
⛔বছৰ বছৰ ধৰি কৰি আহিছে তেওঁ চিকিৎসা

⛔দৰৱ নিবলৈ ভিৰ কৰে ভিন্ন প্ৰান্তৰ লোকে
⛔তিনিচুকীয়া জিলাৰ ছৈখোৱাৰ হাঁহখাটি মূলুক গাঁওত তেখেতৰ ঘৰ
যোগাযোগ নম্বৰ:8011644891,
6000909201

07/08/2025

⛔পাইলচ বা কেঁচুমুৰীয়া ৰোগৰ বনৌষধি চিকিৎসা
⛔মাত্ৰ দুপালি দৰৱত হয় নিৰাময়
⛔আমেৰিকালৈ গৈছে এখেতৰ দৰৱ
⛔গুহ্যদ্বাৰ বাহিৰ হোৱা ৰোগীও হৈছে সম্পূৰ্ণ সুস্থ
⛔জণ্ডিচ,মাহেকীয়াৰ সমস্যা,ধাতু বা বগাস্ৰাৱৰ সমস্যাৰ দৰৱো দিয়ে এখেতে
⛔এখেত হৈছে তিনিচুকীয়া জিলাৰ ছৈখোৱা হাঁহখাটি মূলুক গাঁওৰ বিপিন সোনোৱাল
⛔যোগাযোগ নম্বৰ:8011644891
600090920

05/08/2025

⛔অসমৰ এখন বিশেষ ট্ৰেইন
⛔ট্ৰেইন খনত এদিনো এজনো যাত্ৰী নাথাকে
⛔ট্ৰেইন খনৰ আছে আৰু সাংঘাতিক বৈশিষ্ট্য

21/07/2025

চীন জাপানৰ দৰে সামগ্ৰী প্ৰস্তুত কৰা মনোজ নেওগ ডাঙৰীয়া পুনৰ আমাৰ সৈতে।।

তেওঁৰ যোগাযোগ নম্বৰ 91019 99671

17/06/2025

⛔যম লাখুটিৰ ঔষধি গুণ
⛔নিৰাময় কৰিব পাৰে বহু ৰোগ
⛔আপোনাৰ বাবে লাভদায়ক এক ভিডিও
⛔ঘৰতে ৰোপণ কৰি সুফল পাওঁক

10/06/2025

⛔ ছৈখোৱা অঞ্চলৰ হাঁহখাটিৰ দুজ‌ন‌
যুৱকে আৰম্ভ কৰিছে টেণ্টৰ ব্যৱসায়।‌
⛔ জনতা টেন্ট হাউচৰ ঠিকনা ।
JANATA Tent House
Dholla Hahkhati
Tinsukia ( Assam)
Phone: +91 9711114612
9957720978

09/05/2025

⛔শদিয়াৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ শোভাযাত্ৰা
⛔বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা
⛔আইচেংফা বৰুৱাৰ বিহু

Big shout out to my newest top fans! 💎 Anuradha Bordoloi, Sanjib Gogoi, Sanu Singh, Moti Kausik, Ramen Changmai, Manukan...
03/05/2025

Big shout out to my newest top fans! 💎 Anuradha Bordoloi, Sanjib Gogoi, Sanu Singh, Moti Kausik, Ramen Changmai, Manukan Gogoi, Babul Saikia

Drop a comment to welcome them to our community,

03/05/2025

⛔চেতনা বুঢ়াগোহাঁইৰ সপোন পূৰ হবনে
⛔দৰিদ্ৰতাই কন্দুৱাইছে সকলোকে
⛔সুখ্যাতিৰে উত্তীৰ্ণ হৈয়ো থমকি ৰৈছে শদিয়াৰ চেতনা বুঢ়াগোহাঁই
⛔সপোন পূৰণৰ বাবে চৰকাৰৰ সু দৃষ্টি পৰিবনে
⛔সুহৃদয় বান লোক আগুৱাই আহিব নে
⛔আপুনিও যদি সহায় কৰিব বিচাৰে তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব।

01/05/2025

⛔কঠোৰ পৰিশ্ৰমৰ সফল প্ৰাপ্তি
⛔অভাৱে কোঙা কৰিব নোৱাৰা ল'ৰাজনৰ কাহিনী
⛔মাত্ৰ 200 টকাৰ পকেট খৰচ
⛔ছৈখোৱা ধলাৰ নৱৰাজ শৰ্মাই হায়াৰ চেকেণ্ডাৰী পৰীক্ষাত লাভ কৰিলে 92 শতাংশ
⛔মাতৃৰ চকুত সুখৰ চকুলো
⛔বিধায়ক বলীন চেতিয়াক বিশেষ আহ্বান
⛔নৱৰাজৰ সফলতাৰ কাহিনী আজিৰ ভিডিওত

26/04/2025

⛔ মৰাণ সকলৰ ৰাতি বিহু
⛔অভিভাৱকৰ অনুমতি নোলোৱাকৈ নিব নোৱাৰে নাচনী
⛔বিহুঘৰ কি
⛔আৰু বহুতো পৰম্পৰাৰে নিশা জীপাল হল ডিৰাক সোনজান গাঁও

15/04/2025

⛔এখন বিদ্যালয়ৰ সফলতাৰ কাহিনী

Address

Sadiya

Alerts

Be the first to know and let us send you an email when Hanmiholi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Hanmiholi:

Share

Category