
13/03/2024
ইয়াৰ দ্বাৰা আপোনালোকক জনাওঁ যে নক্ষত্ৰ NGO ৰ উদ্যোগত বৰনগৰ প্ৰাক্তন সৈনিক সন্থা আৰু 29 পঞ্জাৱ ৰেজিমেণ্টৰ সহযোগত অহা ১৪ মাৰ্চ, ২০২৪ ইং তাৰিখ বৃহস্পতি বাৰৰ পৰা সৰভোগত ভাৰতীয় সেনাত ভৰ্তিকৰনৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰা হ’ব ৷ ইতিমধ্যেই যিসকলে NGO ৰ ফৰ্ম পুৰাই থৈছে তেওঁলোকে নতুনকৈ ফৰ্ম পুৰোৱা প্ৰয়োজন নাই ৷
নতুন কৈ কোনোবাই ইচ্ছা কৰিলে ফৰ্ম সংগ্ৰহ কৰি অথবা QR Code ব্যৱহাৰ কৰি Online জমা কৰিবলৈ আহ্বান জনোৱা হ’ল ৷
স্থানঃ বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰ |
সময়ঃ ৰাতিপুৱা ৫ঃ৩০ বজাত |
ধন্যবাদেৰে
কামাখ্যা শৰ্মা, সভাপতি
নক্ষত্ৰ NGO, সৰভোগ