23/08/2025
সমূহ গ্ৰামবাসী, ভাই-ভনী আৰু আদৰণীয় ৰাইজক মই অন্তৰৰ গভীৰৰ পৰা অনুৰোধ জনাইছোঁ—
আগন্তুক নিৰ্বাচনত *BPF দলৰ মথনগুৰি সমষ্টিৰ মনোনীত প্ৰাৰ্থী BEGUM AKTARA*ক আপোনালোকৰ একো একোটা মূল্যবান ভোট দিয়ে।
তেওঁ হৈছে—
✅ জনহিতৈষী
✅ উন্নয়নকামী
✅ জনমুখী চিন্তাধাৰাৰ গৰাকী
✅ মহিলা শক্তিৰ এক সুদৃঢ় প্ৰতীক।
*BEGUM AKTARA* ক ভোট দিয়াৰ মানে হৈছে—
📌 শিক্ষাৰ উন্নয়ন
📌 বেকাৰ সমস্যাৰ সমাধান
📌 যুৱপ্ৰজন্মৰ অগ্ৰগতি
📌 সমাজত শান্তি, সৌভ্ৰাতৃত্ব আৰু সমবিকাশ
*📣 "আপোনাৰ ভোট, আপোনাৰ শক্তি – আগবাঢ়াও BEGUM AKTARAৰ লগত।"*
*জয় BEGUM AKTARA | জয় BPF | জয় ৰাইজ | জয় মথনগুৰি!*
Media News Company