NE Newz 24

NE Newz 24 প্ৰতি খোজ সত্যৰ সন্ধানত!
(2)

▶️ গহপুৰত আত্মগোপন কৰি আছিল ৰীম্পীয়ে▶️ বহিঃৰাজ্যলৈ পলাই যোৱাৰ পৰিকল্পনা পৰিছিল ৰিম্পীয়ে▶️ গহপুৰৰ পৰা আহি গুৱাহাটী পোৱাৰ ...
13/08/2025

▶️ গহপুৰত আত্মগোপন কৰি আছিল ৰীম্পীয়ে
▶️ বহিঃৰাজ্যলৈ পলাই যোৱাৰ পৰিকল্পনা পৰিছিল ৰিম্পীয়ে
▶️ গহপুৰৰ পৰা আহি গুৱাহাটী পোৱাৰ পিছতে গ্ৰেপ্তাৰ ৰিম্পীক
▶️ গুৱাহাটীৰ হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ ৰিম্পীক
▶️ বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৰিম্পীক
▶️ ৬ হাজাৰ টকাৰ কল ৰেকৰ্ডিংটো ৰিম্পীৰেই আছিল
゚シ゚

  অৱশেষত আৰক্ষীয়ে ধৰি আনিলে চুমী আখতাৰাক। অসমীয়া জাতিক অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল মিঞা যুৱতী চুমি আখতাৰাই
12/08/2025

অৱশেষত আৰক্ষীয়ে ধৰি আনিলে চুমী আখতাৰাক। অসমীয়া জাতিক অশ্লীল ভাষাৰে গালি-গালাজ কৰিছিল মিঞা যুৱতী চুমি আখতাৰাই

11/08/2025

* বিশ্ব বিখ্যাত বিশ্ববিদ্যালয়ত পঢ়িবলৈ সুযোগ লাভ কৰিছে এগৰাকী শিক্ষাৰ্থী।
* সমাজৰ কু সংস্কাৰ আঁতৰাব দৰঙৰ মুফতি মালপ উদ্দিন চাহাব।
* মিছৰত পঢ়িব দৰঙৰ শিক্ষাৰ্থী, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক।

06/08/2025

দৰঙৰ বালু গাওঁত ৰাইজৰ দল'ৰ কাৰ্যালয়ত ৰাইজৰ দল'ৰ সংবাদ মেল

 #নিৰুদেশ
02/08/2025

#নিৰুদেশ

28/07/2025

'আমছু'ৰ গ্ৰীষ্মকালীন বিনামূলীয়া শিক্ষা শিৱিৰৰ সামৰণি অনুষ্ঠানত ভাষন প্ৰদান কৰে - ৰাইজৰ দল'ৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমান ডাঙৰীয়া।

17/07/2025

আধুনিক হিটলাৰজনে অমানৱীয় উচ্ছেদ কৰি গৃহহীন কৰিওঁ শান্তি পোৱা নাই, আৰক্ষীৰ হতোৱাই নিৰিহ ভাৰতীয় নাগৰিকৰ ওপৰত হত্যাযজ্ঞ চলাইছে বুলি তীব্ৰ ক্ষোভ উজাৰে নুৰ ইছলামে৷ আজি গোৱালপাৰাৰ কৃষ্ণাইৰ বিদ্যাপাৰাত উচ্ছেদিত এজনক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ লগতে কেবাজনো আহত হোৱা ঘটনাকলৈ মহামান্য উচ্চ ন্যায়ালয়ক নিজবব্বীয়া গোচৰ ৰজু কৰাৰ বাবে আহ্বান জনায়৷

15/07/2025

11/07/2025

উচ্ছেদৰ বিৰোধিতা আৰু উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে ওদালগুৰি জিলা নেমছুয়ে ওদালগুৰি জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতি লৈ স্মাৰক পত্ৰ প্ৰেৰণ।

   ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ বিভিন্ন  প্ৰান্ত জোকাৰি গ'ল ভূমিকম্পই।আপোনাৰ অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভূত হ'...
08/07/2025

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ বিভিন্ন প্ৰান্ত জোকাৰি গ'ল ভূমিকম্পই।আপোনাৰ অঞ্চলত ভূমিকম্পৰ জোকাৰণি অনুভূত হ'ল নে?জনাওক কমেণ্টবক্সত

নীলাছবিৰ ৰঙীণ জগত খনত প্ৰৱেশ কৰিলে নেকি অসমীয়া জীয়ৰী অৰ্চিতা ফুকনে? শেহতীয়াকৈ ইনষ্ট্ৰাগ্ৰামত দেখা গ'ল এগৰাকী আমেৰিকান ষ্...
03/07/2025

নীলাছবিৰ ৰঙীণ জগত খনত প্ৰৱেশ কৰিলে নেকি অসমীয়া জীয়ৰী অৰ্চিতা ফুকনে? শেহতীয়াকৈ ইনষ্ট্ৰাগ্ৰামত দেখা গ'ল এগৰাকী আমেৰিকান ষ্টাৰ অভিনেত্ৰীৰ লগত অৰ্চিতাক।নীলা ছবিৰ জগত খনত তেঁওৰ পৰা উৎসাহ পোৱাৰ কথাও সদৰী কৰে।
ইতিমধ্যে চৰ্চিত হৈছে চৌদিশে।

02/07/2025

গৰুখুঁটীৰ পৰা উচ্ছেদিতক প্ৰতিশ্ৰুতি অনুসৰি সংস্থাপনৰ দাবী ৰাইজৰ দল'ৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানৰ।

Address


Alerts

Be the first to know and let us send you an email when NE Newz 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NE Newz 24:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share