North East Bharat

  • Home
  • North East Bharat

North East Bharat An Assamese weekly News Paper

◼️Chief Minister Dr. Himanta Biswa Sarma chairing a video-conference meeting with senior officials of the police departm...
02/02/2023

◼️Chief Minister Dr. Himanta Biswa Sarma chairing a video-conference meeting with senior officials of the police department, including Superintendents of Police of all districts, regarding the police actions that would be launched state-wide from tomorrow onwards against the practice of child marriages in the State.

◼️Chief Minister Dr. Himanta Biswa Sarma interacting with meritorious high school students from Sibsagar and Charaideo d...
02/02/2023

◼️Chief Minister Dr. Himanta Biswa Sarma interacting with meritorious high school students from Sibsagar and Charaideo districts at an interactive event held under Aarohan scheme of Department of School Education at Hotel Vivanta this evening.

◼️জি-২০ বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ বৈঠকৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সামৰণি।অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধিসকলক আদৰণি কেন্দ্...
02/02/2023

◼️জি-২০ বহনক্ষম বিত্ত কাৰ্যকৰী গোটৰ বৈঠকৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ সফল সামৰণি।অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধিসকলক আদৰণি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ।অসমৰ সংস্কৃতি আৰু ঐতিহ্য ভাৰতৰ জনমুখী দৃষ্টিভংগীৰ প্ৰতিফলন বুলি সৰ্বানন্দ সোণোৱালৰ মন্তব্য।

02/02/2023

◼️শিলচৰত কংগ্ৰেছৰ হাথ সে হাথ জোড়ো যাত্ৰা

02/02/2023

◼️কেন্দ্ৰীয় বাজেটক তীব্ৰ সমালোচনা তৃণমূল কংগ্ৰেছ অসমৰ সভাপতি ৰিপুণ বৰাৰ

◼️জনতা ভৱন চৌহদত মিলেট কেফে আনুষ্ঠানিকভাৱে মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
02/02/2023

◼️জনতা ভৱন চৌহদত মিলেট কেফে আনুষ্ঠানিকভাৱে মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

◼️আলফা (স্বাধীন)ত মোক্ষম আঘাত◼️মেজৰ বুবুল চন্দ্ৰ বৰুৱা ওৰফে মেজৰ সংগ্ৰাম অসমৰ কাহিলিপাৰাত আত্মসমৰ্পণ।
02/02/2023

◼️আলফা (স্বাধীন)ত মোক্ষম আঘাত
◼️মেজৰ বুবুল চন্দ্ৰ বৰুৱা ওৰফে মেজৰ সংগ্ৰাম অসমৰ কাহিলিপাৰাত আত্মসমৰ্পণ।

02/02/2023
02/02/2023

◾️কৃষ্ণগুৰু সেৱাশ্ৰমৰ ধৰ্মালোচনী সভাত ভকত-বৈষ্ণৱক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বৰপেটা : বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত চলি আছে বিশ্ব শান্তিৰ বাবে এমহীয়া কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্তন। প্ৰতি বছৰে সাতদিনীয়া এই একনাম অখণ্ড কীৰ্ত্তন চলে যদিও প্ৰতি ১২ বছৰৰ মূৰত এই একনাম অখণ্ড কীৰ্ত্তন এমহীয়া কৈ আয়োজন কৰা হয়। এইবাৰ যোৱা ৬ জানুৱাৰীৰ পুৱা ৬ বজাৰ পৰা এমহীয়া কৈ কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তন আৰম্ভ হৈছে। য'ত ভাগ লৈছে দেশ বিদেশৰ লক্ষাধিক ভক্তই। বিশ্ব শান্তিৰ বাবে চলি থকা নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তনত অহা ৩ ফেব্ৰুৱাৰীৰ আবেলি ৪:৩০ বজাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভকত বৈষ্ণৱক সম্বোধন কৰিব।
উক্ত সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সনোৱালৰ লগতে কেবিনেট পৰ্যায়ৰ দুজনকৈ মন্ত্ৰী উপস্থিত থাকিব বুলি সংবাদমেলত কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি মুকুল ডেকাই সদৰী কৰে।

02/01/2023
02/01/2023

বৰপেটাত অসমকেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীৰৰ পুন্যদিন উপলক্ষে জাতীয় স্বাভিমান দিৱস পালন অসম জাতীয় পৰিষদৰ

01/01/2023
◼️Guwahati: Top official of Guwahati refinery arrested on Thursday over fraud charges. The arrested person is identified...
01/09/2022

◼️Guwahati: Top official of Guwahati refinery arrested on Thursday over fraud charges. The arrested person is identified as Birendra Kumar Jha.

◼️কমনৱেলথ গেমছত জয়েৰে যাত্ৰা আৰম্ভ লাভলীনা বৰগোহাঁইৰ।অসমকন্যাৰ বজ্ৰমুঠিত ধাৰাশায়ী  নিউজিলেণ্ডৰ এৰিয়েন নিক'লছন।কোৱাটাৰ ফা...
30/07/2022

◼️কমনৱেলথ গেমছত জয়েৰে যাত্ৰা আৰম্ভ লাভলীনা বৰগোহাঁইৰ
।অসমকন্যাৰ বজ্ৰমুঠিত ধাৰাশায়ী নিউজিলেণ্ডৰ এৰিয়েন নিক'লছন
।কোৱাটাৰ ফাইনেলত প্ৰৱেশ লাভলীনা

Address


Alerts

Be the first to know and let us send you an email when North East Bharat posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share