
22/08/2025
মনে মনে চাই ৰ'ও
শংকুৰাজ কোঁৱৰৰ কন্ঠত এটি হৃদয়স্পৰ্শী নতুন গীত , গীতটিয়ে ইতিমধ্যে শ্ৰোতাৰ হৃদয় জয় কৰিছে। আপোনাৰ হৃদয়ো স্পৰ্শ কৰিব।
গীতটিৰ কথা, সুৰ আৰু ভিডিঅ' পৰিচালনা অনুপ বৰুৱাৰ
সংগীত পৰিচালনা পল্লব তালুকদাৰ