J Thakur Vlog

  • Home
  • J Thakur Vlog

J Thakur Vlog Hello guys .I'm Jabir Hussain, From Assam India�

Vishnu Mandir To Islampur Road Show 30/10/2024
31/10/2024

Vishnu Mandir To Islampur Road Show
30/10/2024

বিহালী উপ নিৰ্বাচনৰ নিৰ্বাচনি প্রছাৰ  #উপনিৰবাচন
30/10/2024

বিহালী উপ নিৰ্বাচনৰ নিৰ্বাচনি প্রছাৰ #উপনিৰবাচন

06/09/2024

M. R. A. High School
শিক্ষক দিৱসশ্ৰদ্ধাৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ দেৱৰজন্ম দিনত তথা পবিত্র"শিক্ষক দিৱস" তমোৰ শ্ৰদ্ধাৰ পৃথিৱীৰ সমূহশিক্ষাগুৰু সকললৈ আন্তৰিকশুভেচ্ছা তথা হিয়াৰ
গভীৰতমৰপৰা সহস্ৰ প্ৰণাম যাচিলো #শিক্ষকদিৱস

🇮🇳৭৮ সংখ্যাক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ জিলা আমছু'ৰ সহযোগত আৰু বাঘমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত বৃহত্তম বাঘমা...
15/08/2024

🇮🇳৭৮ সংখ্যাক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ জিলা আমছু'ৰ সহযোগত আৰু বাঘমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত বৃহত্তম বাঘমাৰী অঞ্চলত বাল্য বিবাহ, ড্ৰাগছ সেৱন, মদ্যপান, বিভিন্ন ধৰণৰ জুৱা খেল ,বহু বিবাহ, শিশু শ্ৰমিক,ইত্যাদি অসামাজিক কাৰ্যকলাপৰ বিৰোধিতাৰে সজাগতা বাবে বাইক ৰেলী কৰা হয়।??❤

  নিজ বাঘমাৰীৰ নিবাসী। ম: মইনুল হক  মোৎ লাইলি বেগম ৰ জেষ্ঠ সুযোগ্য। পুত্ৰ  ৰকিবুল হক  Happy Child English School পৰা ২০২...
23/04/2024

নিজ বাঘমাৰীৰ নিবাসী। ম: মইনুল হক মোৎ লাইলি বেগম ৰ
জেষ্ঠ সুযোগ্য। পুত্ৰ ৰকিবুল হক Happy Child English School পৰা ২০২৩-২৪ বৰ্ষৰ Matric পৰীক্ষাত 86.16 (5 টা) বিষয়তে লেটাৰ লৈ প্ৰথম বিভাগত উৰ্ত্তীণ হৈ বৃহত্তম বাঘমাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত বহুত বহুত আন্তৰিক শুভেচ্ছা আৰু উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে তেখেতৰ ভৱিষ্যত উজ্জল কামনা কৰিলোঁ| /24

   /24 নিজ বাঘমাৰীৰ নিবাসী  ম: মহিজল হক আৰু মোৎ ছাহিদা খাতুন জেষ্ঠ সুযোগ্য  জিয়ৰী  মিছ মজিমা খাতুন বাপুজী উচ্চ মাধ্যমিক...
22/04/2024

/24 নিজ বাঘমাৰীৰ নিবাসী ম: মহিজল হক আৰু মোৎ ছাহিদা খাতুন জেষ্ঠ সুযোগ্য জিয়ৰী মিছ মজিমা খাতুন বাপুজী উচ্চ মাধ্যমিক বিদ্যালয় পৰা ২০২৩-২৪ বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত (HSLC) (৩টা) বিষয়তে লেটাৰ লৈ প্ৰথম বিভাগত উৰ্ত্তীণ হৈ বৃহত্তম বাঘমাৰী অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাত বহুত বহুত আন্তৰিক শুভেচ্ছা আৰু উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে তেখেতৰ ভৱিষ্যত উজ্জল কামনা কৰিলোঁ|

    रज्जाकुल इस्लाम विश्वनाथ असम। पिता नुरकासिम अहमद मां रुकिया खातून स्कूल का नाम हैप्पी चाइल्ड इंग्लिश स्कूल मार्क 502...
21/04/2024

रज्जाकुल इस्लाम विश्वनाथ असम। पिता नुरकासिम अहमद मां रुकिया खातून स्कूल का नाम हैप्पी चाइल्ड इंग्लिश स्कूल मार्क 502/600 प्रतिशत 83/: लेटर लेकर सफलता हासिल किए हैं। पत्र असमिया; अंग्रेज़ी; सामाजिक विज्ञान; अग्रिम गणित।

Rajjakul Islam Vishwanath Assam Father Nurkasim Ahmed Mother Rukiya Khatoon School Name Happy Child English School Mark 502/600% 83/: Letter has achieved success. Letter Assamese; English; Social science; Advance math.

বিশ্বনাথ জিলাৰ > শংকৰ গুৰু জাতীয় বিদ্যালয়  বুড়িগাং ( 6 টা বিষয়ত )Letter লৈ  মেট্ৰিক  পৰীক্ষাত। উত্তীর্ণ হইছে ছাহজাহা...
20/04/2024

বিশ্বনাথ জিলাৰ > শংকৰ গুৰু জাতীয় বিদ্যালয় বুড়িগাং ( 6 টা বিষয়ত )Letter লৈ মেট্ৰিক পৰীক্ষাত। উত্তীর্ণ হইছে ছাহজাহান ছাৰৰ এগৰাকী কন্যা ছেহনাজ বেগম। parcentage 88.16

Address


Alerts

Be the first to know and let us send you an email when J Thakur Vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share