GP24 News

GP24 News GP 24 NEWS is fully dedicated digital Media for news story collection.

14/09/2025

বিটিচি নিৰ্বাচনকলৈ তৎপৰ বিপিএফ ৷ পদুলিয় পদুলিয়ে গৈ ভোট প্ৰদানৰ আহ্বান পাঁচ নং শৰাইবিল সমষ্টিৰ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰীৰ ৷

12/09/2025

ডি ভোটাৰক লৈ হিন্দু বঙালী সকলে চিন্তা কৰিব নালাগে: মূখ্যমন্ত্ৰী
বিটিচি’ৰ ৬ নং কচুগাঁও পৰিষদিয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷

12/09/2025

গোসাঁইগাঁৱৰ দুই নং গুমা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আবু বক্কৰ আলীৰ নিৰ্বাচনী সভাত এ পি চি চি’ৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ’ৰ নিৰ্বাচনী প্ৰচাৰ ৷ লগত উপস্থিত থাকে সাংসদ ৰকিবুল হুছেইন ৷

11/09/2025

গোলগঞ্জৰত আক্ৰাছু’ৰ প্ৰতিবাদী কন্ঠ ৰুদ্ধ কৰাৰ বাবে আৰক্ষীয়ে নিৰ্মম ভাৱে লাঠিচাৰ্জ কৰা ঘটনাক বিপিএফ’ৰ শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাৰ্থী মুখলেছুৰ ৰহমানৰ প্ৰতিক্ৰিয়া ৷

11/09/2025

বিজেপি-কংগ্ৰেছ সাম্প্ৰদায়িক দল, ৰাইজে বিকল্প-নতুনত্ব বিচাৰিছেঁ____ দুলু আহমেদ

গোসাঁইগাঁৱত তৃণমূল কংগ্ৰেছ’ৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যসূচীত ৰাজ্যিক সমিতিৰ উপসভাপতি দুলু আহমেদ ৷

09/09/2025
09/09/2025

দুই নং গুমা সমষ্টিৰ বালাপাৰাত বিজেপি’ৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷ আঠ শতাধিক ধৰ্মীয় সংখ্যালঘু ৰাইজৰ বিজেপি’ত যোগদান ৷

08/09/2025

৩ নং শ্ৰীৰামপুৰ সমষ্টিত ইউ পি পি এল’ত যোগদান কাৰ্য্যসূচী ৷ ড° অঞ্জলি প্ৰভা দৈমাৰী নেতৃত্বাধীন এ পি বি’ৰ প্ৰাৰ্থী অলচেন কিস্কুৰ উপৰি দুই শতাধিক কৰ্মীয়ে দল ত্যাগ কৰি আনুষ্ঠানিক ভাৱে যোগদান কৰিলে ইউ পি পি এল’ত ৷

08/09/2025

গোসাঁইগাঁৱৰ বিন্নাখাটাত ষষ্ঠ সংখ্যক চন্দ্ৰ দিবাকৰ নাৰ্জাৰী সোঁৱৰণি ফুটবল খেলৰ সফল সামৰণি:
চুড়ান্ত খেলত দোতমা আঞ্চলিক ফুটবল এচোছিয়চনে ৫-১ গোলৰ ব্যবধানত ভাওলিগুৰী ব্লু-ষ্টাৰ ফুটবল ক্লাৱক পৰাস্ত কৰি বিজয় খিতাপ দখল কৰে ৷

https://youtu.be/D3CN2Kg9zfM?si=mNIqxFHh0RM1ZU8D

07/09/2025

কচুগাঁও সমষ্টিৰ মোকৰামবিলত বিপিএফ’ৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷

06/09/2025

বিটিচি নিৰ্বাচনকলৈ তৎপৰ বিজেপি ৷ যমদুৱাৰ সমষ্টিৰ বিজেপি’ৰ যোগদান কাৰ্য্যসূচী ৷


05/09/2025

গোসাঁইগাঁৱত বিপিএফ’ত খহনীয়া: জিলা আৰু মণ্ডলৰ কেইবাগৰাকীও সক্ৰিয় কৰ্মীৰ বিজেপি’ত যোগদান: হিন্দু বেংগলী ৰাইজক ডি ভোটাৰৰ পৰা ৰেহাই নিদিয়াৰ প্ৰতিবাদত বিজেপি ত্যাগ কৰা বুলি ক’লে জেষ্ঠ বিজেপি কৰ্মী নিৰ্মল পালে ৷

https://youtu.be/qhCOm16llSE?si=UWhXqdgyn7F1p4oG

Address


Telephone

+919101884882

Website

Alerts

Be the first to know and let us send you an email when GP24 News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to GP24 News:

  • Want your business to be the top-listed Media Company?

Share