
24/06/2025
তেতিয়া শব্দৰ দাম আছিল ! ১১ টকাৰ কাৰ্ড scratch কৰি ৰিছাৰ্জ কৰিলে ১০০ টা SMS পোৱা গৈছিল ! প্ৰতিটো SMS 'ত শব্দ, সংখ্যাৰ limitation অ' আছিল ! কথা পাতোতে-পাতোতে শেষ হৈ গলেওঁ অনলাইন ৰিছাৰ্জ কৰাৰ সুযোগ, সুবিধা নাছিল ! সেয়ে প্ৰতিটো শব্দ বৰ ভাবি-চিন্তি লিখিব লগা হৈছিল ! তেতিয়া এটা ' S ' লিখাৰ কাৰণে keypad টোত চাৰিবাৰমান টিপিব লাগিছিল ! তথাপিও কোনেও বিৰক্ত নহৈছিল ! SMS ডাঙৰ হৈ গলে সেইটোক কাটি-কুটি সৰু কৰি প্ৰেৰণ কৰিব লাগিছিল ! তেতিয়া Green Tick লৈও ঝামেলা নহৈছিল ! অনলাইন নে অফলাইন দেখাৰ সুযোগো নাছিল !
আছিল প্ৰতিটো SMS ৰ পিছত দুই, তিনি মিনিটৰ অপেক্ষা !
ৰাতিৰ Good Night আৰু পুৱাৰ Good Morning কোৱাৰ কাৰণে বেলেগকৈ SMS বচাই ৰখা; তেতিয়া Emoji নাছিল, আৱেগবোৰক অনুভৱত বুজি ল'ব লাগিছিল !
তেতিয়া শব্দৰ দাম আছিল…
আবেগৰ দাম আছিল...
অপেক্ষাৰ দাম আছিল...
Efforts'ৰ দাম আছিল.....! 🖤..