Lakhimpur times

  • Home
  • Lakhimpur times

Lakhimpur times আপোনাৰ সহযাত্ৰী, প্ৰতিটো খবৰ সততাৰে ।
(1)

15/08/2025

লখিমপুৰ নগৰৰ মিলন নগৰৰ শ্ৰী ৰাম কৃষ্ণ বিবেকানন্দ সেৱা আশ্ৰমত স্বাধীনতা দিৱস উপলক্ষে Nar Seva Kala Siksha কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতা।

15/08/2025

লখিমপুৰত জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ স্বাধীনতা দিৱস উদযাপন ।

15/08/2025

লখিমপুৰৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা ।
দুখন স্কুটি আৰু এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ ।
দুৰ্ঘটনা টোত সংকটজনক অৱস্হাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি চাৰিজন যুৱক বুলি জানিব পৰা গৈছে ।

15/08/2025

লখিমপুৰৰ অগ্ৰণী শিক্ষা অনুষ্ঠানত গুৰুকুল ছিনিয়ৰ ছেকেণ্ডৰী স্কুলত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন ।

15/08/2025

▶ আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস
▶ লখিমপুৰত উলহমালহেৰে স্বাধীনতা দিৱস উদযাপন।
ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মন্ত্ৰী ৰূপেশ গোৱালাই লাইভ....

14/08/2025

গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সম্পৰ্কে মুখ্যমন্ত্ৰীয়ে যি তথ্য দিছে এইয়া সম্পূৰ্ণ ভুৱা।
লখিমপুৰত মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক মনোজ চৌহানৰ ।।

14/08/2025

সদৌ অসম অনুসূচিত জাতি উন্নয়ন বোৰ্ডৰ উপ-সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি লখিমপুৰত উপস্থিত হোৱা যুৱ নেতা সীমান্ত দাসক বাইক ৰেলীৰে উস্ম আদৰণি বিভিন্ন জনৰ ।

14/08/2025

লখিমপুৰত ইউনুছ তামুলীৰ বিৰুদ্ধে এজাহাৰ অসমীয়া যুৱ মঞ্চৰ। ২৪ ঘন্টাৰ ভিতৰত ইউনুছ তামুলীক গ্ৰেপ্তাৰৰ দাবী। উত্তৰ লখিমপুৰ সদৰ থানাত দাখিল কৰিলে এজাহাৰ।

14/08/2025

লখিমপুৰৰ হাৰমতিত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা ।
অংশগ্ৰহণ বিধায়ক মানৱ ডেকাৰ ।

14/08/2025

ঐতিহাসিক শিৱসাগৰ বাসীৰ লগতে অসমবাসীক আৱেগিক কৰি তোলা সমন্বয়ৰ এক কবিতা ।
শিৱসাগৰৰ সুলেখক, অনুবাদ সাহিত্যিক আশ্ৰফুল ইয়াছিন হুছেইনে লিখা কবিতাটো এবাৰ সুনকচোন ।

13/08/2025

লালুক পুখুৰীপৰীয়াত বানপানীৰ তাণ্ডৱ, বহু পৰিয়ালৰ বাসগৃহৰ লগতে নামঘৰ, বিদ্যালয় আদি গাভৰু নৈৰ বাঢ়নী পানীৰ কৱলত ।।

Address


Telephone

+919101252619

Website

Alerts

Be the first to know and let us send you an email when Lakhimpur times posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Lakhimpur times:

  • Want your business to be the top-listed Media Company?

Share