TECH MITHU

TECH MITHU https://youtube.com/channel/UCLANYRk__FN_1n2ejsfO4TA

please Connect Our YouTube Channel

বতাহত উৰিছে টকা, সুখৰ সীমা নাই জনতাৰ…
12/07/2025

বতাহত উৰিছে টকা, সুখৰ সীমা নাই জনতাৰ…

12/07/2025

🔴 PM Awas Yojana 2025: New Gramin List Out | Check Your Name Online with Full Guide

🔴 পিতৃয়ে বন্ধ কৰিবলৈ বিচাৰিছিল কন্যাৰ ক্ৰীড়া একাডেমী! কাজিয়াৰ সময়তে গুলীয়াই প্ৰাণহানি কৰিলে কন্যা ৰাধিকাৰ
12/07/2025

🔴 পিতৃয়ে বন্ধ কৰিবলৈ বিচাৰিছিল কন্যাৰ ক্ৰীড়া একাডেমী! কাজিয়াৰ সময়তে গুলীয়াই প্ৰাণহানি কৰিলে কন্যা ৰাধিকাৰ

11/07/2025
🔴 গাঁও প্ৰধানসকলৰ দৰমহা বৃদ্ধি৷ ৯ হাজাৰ পৰা ১৪ হাজাৰ টকা লাভ কৰিব দৰমহা৷
10/07/2025

🔴 গাঁও প্ৰধানসকলৰ দৰমহা বৃদ্ধি৷ ৯ হাজাৰ পৰা ১৪ হাজাৰ টকা লাভ কৰিব দৰমহা৷

🔴 ভাড়াঘৰত ভয়ংকৰ কাণ্ড কৰিলে প্ৰেমিক-প্ৰেমিকাই। জানিব পৰা অনুসৰি ভাড়াঘৰতে চিপ লৈ চৰম সিদ্ধান্ত ল’লে প্ৰেমিক নৱজ্যোতি তা...
10/07/2025

🔴 ভাড়াঘৰত ভয়ংকৰ কাণ্ড কৰিলে প্ৰেমিক-প্ৰেমিকাই। জানিব পৰা অনুসৰি ভাড়াঘৰতে চিপ লৈ চৰম সিদ্ধান্ত ল’লে প্ৰেমিক নৱজ্যোতি তালুকদাৰে। প্ৰথমে প্ৰেমিকাক এটা কোঠাত আবদ্ধ কৰি নিজৰ জীৱন শেষ কৰি দিছিল প্ৰেমিক নৱজ্যোতি তালুকদাৰে। ঘটনা সংঘটিত হোৱাৰ লগে-লগে আৰক্ষীক খবৰ দিয়ে প্ৰেমিকাই। কিন্তু পৰৱৰ্তী সময়ত হাত কাটি নিজকে শেষ কৰি দিয়াৰ চেষ্টা কৰা প্ৰেমিকাৰ। গুৰুতৰভাৱে আহত যুৱতীগৰাকী ইতিমধ্যে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰা হৈছে। জানিব পৰা অনুসৰি সম্পৰ্কৰ সংঘাতৰ বাবেই এনেকুৱা ভয়ংকৰ কাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। বিগত এটা বছৰে ভাড়াঘৰটোত বাস কৰিছিল দুয়োগৰাকী।

🔴 comment down 😂👇👇👇
10/07/2025

🔴 comment down 😂👇👇👇

Good Morning
10/07/2025

Good Morning

🔴ৰাজস্থানৰ চুৰু জিলাত যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ খবৰ
09/07/2025

🔴ৰাজস্থানৰ চুৰু জিলাত যুদ্ধ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটৰ মৃত্যুৰ খবৰ

🔴পুনৰ গুৱাহাটী মহানগৰীত নৃশংস ঘটনা। এগৰাকী যুৱতীক ছুৰীৰে আক্ৰমণ ভণ্ড প্ৰেমিকৰ।ভাৰাঘৰত প্ৰৱেশ কৰি যুৱতীগৰাকীক কৰিলে হত্যা...
09/07/2025

🔴পুনৰ গুৱাহাটী মহানগৰীত নৃশংস ঘটনা। এগৰাকী যুৱতীক ছুৰীৰে আক্ৰমণ ভণ্ড প্ৰেমিকৰ।ভাৰাঘৰত প্ৰৱেশ কৰি যুৱতীগৰাকীক কৰিলে হত্যাৰ অপচেষ্টা।
মহানগৰীৰ বৰবাৰীৰ আলোকপথত সংঘটিত এই ঘটনা। আক্রমণকাৰী বাহাৰুল হকক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ।
ভুক্তভোগী যুৱতীগৰাকী এখন নাৰ্ছিংহোমত কৰ্মৰত আছিল। বিগত ৫মাহ ধৰি অৰুণাচলৰ যুৱতীৰে সম্পৰ্কত আছিল বাহাৰুল।পাছলৈ যুৱকজনক অৱহেলা কৰিবলৈ লৈছিল যুৱতীগৰাকীয়ে। ভাৰাঘৰত প্ৰৱেশ কৰি যুৱতীগৰাকীক আক্ৰমণ কৰে বাহাৰুলে। ধৃত বাহাৰুল হকৰ ঘৰ গুৱাহাটীৰ হেদায়ৎপুৰত।

🔴 বুধবাৰে ভাৰত বন্ধত বেংকিং, বীমা, ডাক, খনি, নিৰ্মাণ আদি খণ্ডৰ ২৫ কোটিৰো অধিক শ্ৰমিকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কেন্দ্...
08/07/2025

🔴 বুধবাৰে ভাৰত বন্ধত বেংকিং, বীমা, ডাক, খনি, নিৰ্মাণ আদি খণ্ডৰ ২৫ কোটিৰো অধিক শ্ৰমিকে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু তেওঁলোকৰ সহযোগী সংস্থাসমূহৰ যৌথ মঞ্চই ঘোষণা কৰিছে যে চৰকাৰৰ ‘শ্ৰম বিৰোধী, কৃষক বিৰোধী নীতি’ৰ প্ৰতিবাদত এই ধৰ্মঘট অনুষ্ঠিত কৰা হ’ব। এক বিবৃতিত দহটা ইউনিয়নৰ যৌথ মঞ্চই দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰিবলৈ আহ্বান জনাইছে। বিবৃতিটোত কোৱা হৈছে যে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক/অসংগঠিত অৰ্থনীতিৰ সকলো খণ্ডৰ সংস্থাই সাধাৰণ ধৰ্মঘটৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ট্ৰেড ইউনিয়নসমূহে কি ঘোষণা কৰিছে?
‘নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ’ৰ অমৰজিৎ কৌৰৰ মতে কৃষক আৰু গ্ৰাম্য শ্ৰমিকেও এই ধৰ্মঘটত অংশগ্ৰহণ কৰিব। ইয়াৰ ফলত সমগ্ৰ দেশতে ৰাজহুৱা সেৱাত ব্যাঘাত জন্মিব পাৰে। দহটা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু তেওঁলোকৰ সহযোগী মঞ্চই বুধবাৰে দেশজোৰা সাধাৰণ ধৰ্মঘট বা ভাৰত বন্ধৰ আহ্বান জনাইছে।

শ্ৰমিকসকলৰ কি দাবী?
- নিবনুৱা সমস্যাৰ সমাধান, অনুমোদিত পদত নিযুক্তি
- অধিক চাকৰিৰ সৃষ্টি
- এমএনৰেগা শ্ৰমিকৰ কৰ্মদিন আৰু পাৰিতোষিক বৃদ্ধি আৰু নগৰ অঞ্চলৰ বাবে অনুৰূপ আইন প্ৰণয়ন

ৰাজহুৱা সেৱাৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ’ব?
এই ধৰ্মঘটৰ বাবে বেংকিং, ডাক, কয়লা খনন, কাৰখানা আৰু ৰাজ্যিক পৰিবহণ সেৱাত প্ৰভাৱ পৰিব বুলি ‘হিন্দ মজদুৰ সভা’ৰ হৰভজন সিং সিদ্ধুৱে প্ৰকাশ কৰিছে। অৱশ্যে, বেংকিং আৰু ৰে’লৱে’ ইউনিয়নে বেংক বন্ধ বা ৰে’ল সেৱাত ব্যাঘাত জন্মা সন্দৰ্ভত পৃথকে পৃথকে আনুষ্ঠানিকভাৱে নিশ্চিত কৰা নাই। ট্ৰেড ইউনিয়নৰ তথ্য অনুসৰি- বুধবাৰে বিদ্যালয়, মহাবিদ্যালয় আৰু ব্যক্তিগত কাৰ্যালয় খোলা থকাৰ সম্ভাৱনা আছে।

08/07/2025

Egg plate Making

Address

Rangia

Alerts

Be the first to know and let us send you an email when TECH MITHU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to TECH MITHU:

Share