
11/07/2025
পূৰ্বতে এক চৰকাৰী নথি আবেদন কৰাৰ বাবে কাৰ্যালয়লৈ কিমানবাৰ যে যাব লগা নহৈছিল! উৎকোচ ভৰিব লগা হৈছিল গাঁথিৰ ধন৷ পৰিৱেশ আছিল অস্বস্তিকৰ৷ কিন্তু এতিয়া আপুনি কল্পনা কৰকচোন৷ যুগৰ লগত খাপ খোৱাকৈ আমি সকলো আধুনিক কৌশল অৱলম্বন কৰিছোঁ৷ এয়া মাত্ৰ এক উদাহৰণহে৷ সম্পূৰ্ণ নিকা কৰিবলৈ চেষ্টাৰ ত্ৰুটি নকৰা চৰকাৰী ব্যৱস্থা৷ মাত্ৰ এটা বুটাম ক্লিকতে আপোনাৰ আবেদন, সমস্যাৰাজিৰ আজি আশু সমাধান কৰিবলৈ আমি সমৰ্থৱান হৈছোঁ৷
Applying for a Govt document in the past would mean an endless trip to Govt offices and thousands in bribes. But now, it's just at the click of a button!
Just how fast the time changes 😁