RB TV 24×7

RB TV 24×7 ৰাইজৰ বাৰ্তা

29/05/2023
29/05/2023

📌ছয়গাঁও সমষ্টিত সুদৰ ৰমৰমীয়া বেহা ।

📌ছয়গাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত বহুলোকে চলাই গৈছে সূদৰ এখন ৰমৰমীয়া বেহা ।
যাৰ বাবে বহুলোক সৰ্বশ্ৰান্ত হোৱাৰ দিশে ,

📌৫ শতাংশ ১০ শতাংশ মাহিলী সূদত টকা দি সূদৰ ৰমৰমীয়া বেহা চলাই গৈছে একাংশ দুষ্ট চক্ৰই।

📌পথ দুৰ্ঘটনাত থিতাতে নিহত  আৰক্ষী বিষয়া জোনমণি ৰাভা।📌জখলাবন্ধাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ মাৰুতি এল্ট' বা...
16/05/2023

📌পথ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী বিষয়া জোনমণি ৰাভা।

📌জখলাবন্ধাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ জোনমণি ৰাভাৰ মাৰুতি এল্ট' বাহনৰ।

📌 দিনটোত বিশেষ ফটোখন।
23/04/2023

📌 দিনটোত বিশেষ ফটোখন।

📌বঙাইগাঁও জিলাৰ নিত্যবজাৰত নিষিদ্ধ নিচাযুক্ত টেবলেট সহ আটক দুগৰাকী সৰবৰাহকাৰী।📌ঈদৰ দিনাখনেই বইটামাৰী আৰক্ষীয়ে গোপন সুত্ৰ...
22/04/2023

📌বঙাইগাঁও জিলাৰ নিত্যবজাৰত নিষিদ্ধ নিচাযুক্ত টেবলেট সহ আটক দুগৰাকী সৰবৰাহকাৰী।

📌ঈদৰ দিনাখনেই বইটামাৰী আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি নিত্যবজাৰত অভিযান চলাই আটক কৰে নিষিদ্ধ নিচাযুক্ত টেবলেট সহ সৰবৰাহকাৰী দুটাক ।

📌ধৃত সৰবৰাহকাৰী দুটাৰ নাম বহলপুৰ তটপাৰাৰ আনোৱাৰ হুছেইন(২৯) আৰু হৰ্দেমাৰা চুৰত জামাল(২৫)।

📌সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ২৮৮টা কেপছুল ৪০টা টেবলেটৰ লগতে মটৰ চাইকেল এখন জব্দ কৰিবলৈ সক্ষম হয়।

📌ধৃত আনোৱাৰ হুছেইনৰ বিৰুদ্ধে পূৰ্বৰে পৰাই নিষিদ্ধ নিচাযুক্ত টেবলেট সৰবৰাহ কৰাৰ অভিযোগ আছে আৰু পুৰ্বেও আটক হৈছিল ধৃত আনোৱাৰ হুছেইন।

📌ঈদৰ দিনা পৰিয়ালৰ সৈতে সময় কটাইছে ছলমান খানে ।
22/04/2023

📌ঈদৰ দিনা পৰিয়ালৰ সৈতে সময় কটাইছে ছলমান খানে ।

📌 জনপ্ৰিয় অভিনেত্ৰীৰ  সৈতে কৰিশ্মা নাথ ।
22/04/2023

📌 জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে কৰিশ্মা নাথ ।

📌 ৰাম মন্দিৰ কাম অতিশীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব।
22/04/2023

📌 ৰাম মন্দিৰ কাম অতিশীঘ্ৰে সম্পূৰ্ণ হৈ উঠিব।

📌পৱিত্ৰ ঈদৰ দিনা বগা সাজত পৰিয়ালৰ সৈতে জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিন ।     #
22/04/2023

📌পৱিত্ৰ ঈদৰ দিনা বগা সাজত পৰিয়ালৰ সৈতে জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰিন ।

#

📌প্ৰতাৰিত মহিলা অধ্যক্ষ'- বহিষ্কাৰৰ পিছতেই  পৰিচয় সলনি কৰিলে অংকিতা দত্তই ।
22/04/2023

📌প্ৰতাৰিত মহিলা অধ্যক্ষ'- বহিষ্কাৰৰ পিছতেই পৰিচয় সলনি কৰিলে অংকিতা দত্তই ।

📌কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ অংকিতা দত্তক। 📌দলবিৰোধী কাৰ্যকলাপত জড়িতৰ অভিযোগত ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে অংকিতা দত্তক।
22/04/2023

📌কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ অংকিতা দত্তক।

📌দলবিৰোধী কাৰ্যকলাপত জড়িতৰ অভিযোগত ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে অংকিতা দত্তক।

📌ৰাজ্যসভা দিৱস ২০২৩। 📌বন্তি প্ৰজ্বলন কৰি ৰাজ্যসভা দিৱসৰ শুভাৰম্ভ কৰে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে।
21/04/2023

📌ৰাজ্যসভা দিৱস ২০২৩।

📌বন্তি প্ৰজ্বলন কৰি ৰাজ্যসভা দিৱসৰ শুভাৰম্ভ কৰে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে।

Address


Telephone

+919387712498

Website

Alerts

Be the first to know and let us send you an email when RB TV 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share