News19+ Darrang

  • Home
  • News19+ Darrang

News19+ Darrang তথ্য সমৃদ্ধ, সত্যৰ পক্ষত এক বলিষ্ঠ কণ্ঠ । The home of truth . Follow N19+ https://www.facebook.com/News19plusAssam/

আকৌ ধৰ্ষণ। ৩-৪ বছৰীয়া শিশু ধৰ্ষণ। মহাৰাষ্ট্ৰৰ বদলাপুৰত জঘন্য ঘটনা। স্কুলৰ কৰ্মচাৰী অক্ষয় সিন্দে নামৰ ২৩ বছৰীয়া লম্পট ...
21/08/2024

আকৌ ধৰ্ষণ। ৩-৪ বছৰীয়া শিশু ধৰ্ষণ।

মহাৰাষ্ট্ৰৰ বদলাপুৰত জঘন্য ঘটনা। স্কুলৰ কৰ্মচাৰী অক্ষয় সিন্দে নামৰ ২৩ বছৰীয়া লম্পট জনৰ বিৰুদ্ধে দুগৰাকী শিশুক ধৰ্ষণ কৰাৰ অভিযোগ। অভিযোগ অনুযায়ী স্কুল খনৰ ছাফাই কৰ্মচাৰী অক্ষয় সিন্দে নামৰ ব্যক্তি জনে শিশু দুগৰাকীক বাথৰূমত নি ধৰ্ষণ কৰে। এগৰাকী শিশুৱে ঘৰত গৈ সকলো কৈ দিয়ে। পৰিয়ালৰ লোকে শিশুটিৰ মেডিকেল পৰীক্ষা কৰায়। ফলত সকলো ঘটনা পোহৰলৈ আহে ।

ধৰ্ষণকাৰীৰ ফাঁছিৰ দাবিত স্থানীয় লোকে স্কুল খনত আক্ৰমণ চলায়। ওচৰৰ ৰেল ষ্টেচনত প্ৰতিবাদ কৰে। ফলত ৩০ খন ৰেলৰ যাত্ৰা বন্ধ হৈ পৰে।
#ধৰ্ষণ #ধৰ্ষণকাৰী

13/06/2023
04/06/2023

মৃত ব্যক্তিৰ পৰিয়ালৰ ওপৰত চৰম অমানৱীয় নিৰ্যাতন চলোৱা মঙ্গলদৈৰ JNSM POLYCLINICৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ। দিলে স্বাস্থ্য মন্ত্রী হায় হায় শ্লোগান।

গ্ৰেপ্তাৰ হবনে ডাাাক্টৰ বিপ্লৱ বৰা? ৰ অনুজ্ঞাপত্ৰ অসম চৰকাৰে বাতিল কৰিবনে?

আচলতে মঙলদৈ JNSM POLYCLINIC এখন চিকিৎসালয় নে দুখীয়াক নিৰ্যাতন চলোৱা কাৰখানা?আকৌ চিকিৎসকৰ ভুলৰ বাবে মৃত্যু এজন ৰোগীৰ । ...
03/06/2023

আচলতে মঙলদৈ JNSM POLYCLINIC এখন চিকিৎসালয় নে দুখীয়াক নিৰ্যাতন চলোৱা কাৰখানা?

আকৌ চিকিৎসকৰ ভুলৰ বাবে মৃত্যু এজন ৰোগীৰ । প্ৰতিবাদ কৰাত মৃতকৰ পৰিয়ালক গুৰুলাগুৰুলকৈ পিটিলে হস্পিটেলৰ কৰ্মচাৰীয়ে ।

জমৰূপী চিকিৎসক ডক্টৰ বিপ্লৱ বৰাৰ বিৰুদ্ধে আমছুৰ গোচৰ। Gall bladder অশ্ৰপ্ৰচাৰৰ সময়ত ডক্টৰ জনৰ ভুলৰ বাবে মৃত্যু হয় আছাদুল্লাহ নামৰ এজন ৰোগীৰ।

মৃত ব্যক্তি জনৰ সৰু ভাইয়ে কান্দি কান্দি আপত্তি কৰা বাবেই মঙলদৈ JNSM POLYCLINIC ৰ কৰ্মচাৰীয়ে এনেদৰে যুৱক জনৰ ওপৰত অকথ্য নিৰ্যাতন চলায় । যুৱক জনক বচাবলৈ যোৱা এগৰাকী মাতৃৰ কাপোৰ টানি খুলি দিয়াৰ অপচেষ্টা কৰে চিকিৎসালয় খনৰ কৰ্মচাৰীয়ে ।

22/05/2023

দৰঙৰ দুমুনিচকী ইংলিছ স্কুলৰ ছাত্ৰী নিলোফাৰ ৰহমানে দখল কৰিলে তৃতীয় স্থান

কি হবে বিচাৰে নিলোফাৰে?

22/05/2023

#দৰঙৰ নিলোফাৰ ৰহমানৰ তৃতীয় স্থান দখল।
#উৎফুল্লিত দৰংবাসী।

20/05/2023
https://www.facebook.com/156953228012540/posts/1756769981364182/?mibextid=Nif5oz
19/11/2022

https://www.facebook.com/156953228012540/posts/1756769981364182/?mibextid=Nif5oz

চাওঁক কি দৰে বিশেষ ধৰ্মীয় লোকৰ বিৰুদ্ধে ঘৃণা বিয়পাই থকা হৈছে ।

Fact check By News19Plus :
2019 চনৰ তুৰ্কীস্তানৰ পূৰণা ফটো ইডিট কৰি ভাৰতৰ বুলি সামাজিক মাধ্যমত ভাইৰেল কৰি থকা হৈছে

News19plus Fact : ফটো খন পূৰণা, 2019 চনত তুৰ্কীস্তানৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল । য'ত মূৰত টুপী নাছিল । ফটো খনত টুপী লগাই এয়া ভাৰতৰ হজ্জ যাত্ৰী সকলে হজ্জ কৰিবলৈ যোৱাৰ দৃশ্য বুলি চলোৱা হৈছে অপপ্ৰচাৰ ।

এনেধৰণৰ অপপ্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কি ? ৰাইজে চিন্তা কৰি ইয়াৰ উত্তৰ উলিয়াব ।

➡ তুৰ্কীস্তানৰ দৈনিক নিউজ পেপাৰ মিলিয়াতৰ অফিছিয়েল ৱেবছাইট Milliyet .com ত 27 March 2019 ত প্ৰকাশ পাইছিল । ফটো নং 24 https://www.milliyet.com.tr/galeri/utandiran-yolcular-62063

➡ তুৰ্কী সংবাদ মাধ্যম ahaber .com ত 06.12.2019 ত প্ৰকাশ পাইছে ফটো খন য'ত টুপী আৰু মানুহ জনৰ মূৰ নাই https://www.ahaber.com.tr/galeri/dunya/ucakta-igrenc-olay-sosyal-medya-yikildi

1 নবেম্বৰ 2019 ত pssangershaming নামৰ ৰ এটা Instagrame একাউন্টৰ পৰা প্ৰকাশ কৰা হৈছিল ফটো খন (Check Screenshot) ।

ফটো খন ইডিট কৰি মূৰত টুপী লগাই দিয়া হৈছে । চৰকাৰী সুবিধাৰে হজলৈ যোৱাৰ দৃশ্য বুলি চলোৱা হৈছে অপপ্ৰচাৰ । এনেধৰণৰ অপপ্ৰচাৰ কৰাৰ উদ্দেশ্যে কি ? ইয়াৰ আঁৰত কোন ? আৰক্ষীৰ হাতলৈ আহিবনে এই সকল ঘৃণা বিয়পোৱা ব্যক্তি ?

Follow https://www.facebook.com/News19plusAssam/
www.news19plus.com

   World Rhino Day   #গড়_দিৱস
22/09/2022

World Rhino Day
#গড়_দিৱস

Address


Alerts

Be the first to know and let us send you an email when News19+ Darrang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News19+ Darrang:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share