News TIME NE

News TIME NE News time ne is northeast based digital media.We are try to provide assam & northeast based regional news

07/08/2025

কাহিবাড়ী পশু চিকিৎসালয়ৰ কৰ্মী আলমেচ আলীৰ অকাল বিয়োগ ৷ তেঁওৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন ৷

24/07/2025

কৃষি প্ৰযুক্তি ব্যাৱস্থাপণা সংস্থা(আত্মা)ৰ বীজ বোৱা মেচিনৰ প্ৰদৰ্শনী ৷

19/07/2025

ডেকাচাঙত এ আই ইউ ডি এফ দলৰ বৰ্দ্ধিত কাৰ্যকৰী সভা সম্পন্ন।

19/07/2025

বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে চলোৱা অপ- প্ৰচাৰ ভিত্তিহীন ৷ এই দাবী প্ৰয়াত কংগ্ৰেছ নেতা, অধিবক্তা মৃদুল ইছলামৰ সহধৰ্মিনীৰ ৷

18/07/2025

নৱ গঠিত ছমৰীয়া সমষ্টিত এ আই ইউ ডি এফ দলৰ তৎপৰতা:: দলৰ অন্যতম প্ৰাৰ্থীত্ব প্ৰত্যাশী হিচাবে প্ৰক্ষেপ দক্ষিণ কামৰূপ জিলা এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক অধিবক্তা বৰহান আলী ::

17/07/2025

গোৱালপাৰাৰ পাইকানত উত্তপ্ত পৰিস্থিতি ৷ আৰক্ষীৰ গুলীত নিহত এজন ৷

16/07/2025

দিল্লীত আমছুৰ প্ৰতিবাদ ৷

14/07/2025

উচ্ছেদিতৰ কাষত বিধায়ক অখিল গগৈ ৷

12/07/2025

ৰকিবুল হুছেইন, অখিল গগৈ সংখ্যালঘু মানুহৰো শত্ৰু--- মুখ্যমন্ত্ৰী

12/07/2025

আগন্তুক ২০২৬ চনত ছমৰীয়া বিধান সভা সমষ্টিৰ পৰা AIUDF দলৰ হৈ নিৰ্বাচন খেলাৰ মন অধিবক্তা বৰহান আলীৰ ৷

11/07/2025

জুম্মা নামাজৰ পিছত উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ নামনি অসমত চলা উচ্ছেদক অমানৱীয় আখ্যা দি প্ৰতিবাদ মুছলমানৰ ৷

10/07/2025

অংগনৱাদী কৰ্মী-সহায়িকাৰ দৰমহা বৃদ্ধি ৷ অসম কেবিনেটৰ সিদান্ত ৷ কিমান বৃদ্ধি হ'ল দৰমহা ৷

Address


781136

Alerts

Be the first to know and let us send you an email when News TIME NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News TIME NE:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share