Jyoti prasad nath

  • Home
  • Jyoti prasad nath

Jyoti prasad nath business account

06/05/2026

বাস্তুশাস্ত্ৰ অনুসৰি ঘৰখনৰ মাজৰ ঠাইখনত কোনো ধৰনৰ ওজন নাৰাখিব৷অসমান নকৰিব৷সেয়া ব্ৰহ্মস্থান৷এই ঠাই সুৰক্ষিত কৰি ৰাখক৷ব্ৰহ্মস্থান disturbহ’লে নাভি related সমস্যা হয়৷নাভিৰ অস্ত্ৰোপচাৰ চিকিৎসা যিদৰে নহয় তেনেদৰে ব্ৰহ্মস্থানৰ কোনো চিকিৎসা নাথাকে৷

04/05/2026

শ্ৰীৰামৰ দৰ্শনে জীৱনৰ প্ৰতিটো মুহূৰ্তত মানৱ সমাজৰ অন্তিম লোকজন থকালৈকে প্ৰাসঙ্গিক হৈ থাকিব৷নিজকে সংপৃক্ত কৰিলে দুখ কষ্ট হতাশাই একো প্ৰভাৱিত কৰিব নোৱাৰে৷

30/04/2026

আমাৰ জীৱনৰ প্ৰতিটো খোজতে সংখ্যাই বিশেষভাৱে প্ৰভাৱিত কৰি আহিছে৷

28/04/2026

পশ্চিম মুখী ঘৰ এখনৰ পদুলী আৰু পিছফাল কেনে হোৱা উচিত সবিশেষ ভিডিঅ’টোত চাওক৷

25/04/2026

আমি সাধাৰন মানুহৰ বাস্তু শব্দৰ লগত পৰিচয় বৰ বেচি আগৰ নহয়৷সেয়েহে সকলোৰে ঘৰবোৰত কম বেচি পৰিমানে Defect থকাটো স্বাভাবিক৷মাথোন ইয়াক চিনাক্ত কৰি প্ৰতিৰোধ কৰিলে জীৱন নিৰ্বাহৰ সময়বোৰ কম কষ্টৰ মাজেৰে পাৰ কৰাটো সম্ভৱ৷

18/04/2026

Horse trading শব্দটো কূটনীতিয়েই নহয়জানো!মহাভাৰত কালত শ্ৰীকৃষ্ণই কৰ্ণৰ লগত হোৱা কথাবতৰাত উল্লেখিত শব্দৰ সাদৃশ্য আছে বুলি ধাৰনা হোৱাটো সমীচিন নে?

16/04/2026

মহাভাৰতৰ কালত অভিমন্যু Gen zয়েই আছিল৷ ২০০০চনৰ পিচত জন্ম পোৱা প্ৰায়বোৰ ল’ৰা ছোৱালীৰে২সংখ্যাটো একাধিক বাৰ থাকিলে কি ধৰনৰ প্ৰতিক্ৰিয়া হ’ব পাৰে! প্ৰত্যেকটো সংখ্যাই এটা আনটোৰ মিত্ৰ নহব পাৰে৷মিত্ৰ সংখ্যা নহ’লে missing হ’লে অসুবিধা নাথাকে৷বাস্তু শাস্ত্ৰত উত্তৰ পশ্চিম স্থান disturb হ’লে কি ধৰনৰ সমস্যাৰ সৈতে ঘৰখনে যুজি থাকে সবিশেষ ভিডিঅটোত জানিব পাৰিব৷

24/03/2026

মঙ্গল ৰক্তৰ কাৰক,মঙ্গল কাজিয়া পেচাল মৰা কটা ইত্যাদিৰ কাৰক৷ ৰাহু মায়াবী Plannet.elusion plannet. ভৱাৰ দৰে নহয়৷২০২৬চনত একেটা দিনতে অসমত হবলগীয়া ৯এপ্ৰিল আৰু ফলাফল ঘোষনাৰ তাৰিখ ৪মে দুয়োটা দিন অংকশাস্ত্ৰ অনুসাৰে কেনে যাব চাওঁ আহক৷

05/03/2026

দক্ষিন দিশৰ যিকোনো স্থানতে Underground water system নকৰিব৷

28/02/2026

দক্ষিণমুখী ঘৰৰ পিছফাল হ’ল বুলিয়েই উত্তৰদিশত কেইটামান কাম কৰোতে সাৱধানতা অৱলম্বন নকৰিলে বাস্তুদোষত পৰিব আপুনি৷

04/02/2026

A small changes can make huge difference.

Address


784153

Alerts

Be the first to know and let us send you an email when Jyoti prasad nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share