মঙ্গলময় পত্ৰিকা/Mongalmoi Patrika

  • Home
  • মঙ্গলময় পত্ৰিকা/Mongalmoi Patrika

মঙ্গলময় পত্ৰিকা/Mongalmoi Patrika মঙ্গলময় পত্ৰিকা ঃ "মঙ্গলবোধ জাগৰণ কেন?

বৰ্ষীয়ান সমাজ সেৱী তথা বিশিষ্টা নাৰী মাণিকী শইকীয়া আইতাৰ হাতত “মঙ্গলময় পত্ৰিকা“৷
02/06/2024

বৰ্ষীয়ান সমাজ সেৱী তথা বিশিষ্টা নাৰী মাণিকী শইকীয়া আইতাৰ হাতত “মঙ্গলময় পত্ৰিকা“৷

খাদ্য সঠিক ভাৱেই খাই আছে যদিও ইহঁত দুটাৰ ভৱিষ্যত অনিশ্চিত৷ আমাৰ দায়িত্ব আমি পালন কৰি যাম৷ কোনোবাই সঠিক পৰিচৰ্যাৰ দিহা জা...
12/05/2024

খাদ্য সঠিক ভাৱেই খাই আছে যদিও ইহঁত দুটাৰ ভৱিষ্যত অনিশ্চিত৷ আমাৰ দায়িত্ব আমি পালন কৰি যাম৷ কোনোবাই সঠিক পৰিচৰ্যাৰ দিহা জানিলে জনাবচোন৷

11/02/2024
“কিতাপ পঢ়োঁ আহক“ শীৰ্ষক অনুষ্ঠানৰ সৌজন্যত বিহপুৰীয়াৰ লোহিত-ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা “মঙ্গলবোধ জ...
18/01/2024

“কিতাপ পঢ়োঁ আহক“ শীৰ্ষক অনুষ্ঠানৰ সৌজন্যত বিহপুৰীয়াৰ লোহিত-ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা “মঙ্গলবোধ জাগৰণ কেন্দ্ৰ“ৰ গ্ৰন্থমেলাত আমাক বিভিন্ন ধৰণেৰে সহযোগিতা আগবঢ়োৱা বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰীৰ সৈতে এক বিশেষ মুহূৰ্তৰ আলোকচিত্ৰ৷ আমি ছাত্ৰ-ছাত্ৰী কেইগৰাকীক গ্ৰন্থ-আলোচনী উপহাৰ দি অতিশয় আনন্দিত হৈছোঁ৷

“গ্ৰন্থ অধ্যয়ন দিৱস“ - প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ ৯২ সংখ্যক জন্মদিন৷ মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত আৰু উত্...
07/12/2023

“গ্ৰন্থ অধ্যয়ন দিৱস“ - প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিদেৱৰ ৯২ সংখ্যক জন্মদিন৷ মঙ্গলবোধ জাগৰণ কেন্দ্ৰৰ উদ্যোগত আৰু উত্তৰ লক্ষীমপুৰ সাহিত্য সভাৰ সহযোগত সফল সমাপন৷

Address


Telephone

+919365436213

Website

Alerts

Be the first to know and let us send you an email when মঙ্গলময় পত্ৰিকা/Mongalmoi Patrika posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share