Jatin and Kashmita

  • Home
  • Jatin and Kashmita

Jatin and Kashmita This is the official FB page for YouTube channel Jatin and Kashmita

11/07/2025
25/06/2025

Pitai r dustami

20/05/2025

এখন ঘৰৰ কাহিনী
ৰমেনে পাকঘৰত ভাত ৰন্ধাৰ পাছত ৰঙালাউৰ তৰকাৰী ৰান্ধি আছে । অলপ পিছতে ৰমেনৰ সহধৰ্মিনী (ৰুমী) সোমাই আহে ।

ৰুমী:- ৰঙালাউ তৰকাৰীখনত‌ ইমানকৈ কিয় পানী দিলা ? সেইখিনি খাবলৈ একেবাৰে বেয়া লাগিব ।

ৰমেন:- মই ৰঙালাউ খিনি ভালকৈ সিদ্ধ হ'বলৈ বুলিহে পানী দিছো । তুমি চিন্তা নকৰিবা পানীখিনি কমি যাব ।

ৰুমী:- আজি খাবা আৰু। অলপ ভালকৈ বনাব লাগে । ৰান্ধিবলৈ মন নোযোৱা নিচিনা ৰান্ধিছা । । ইমানকৈ পানী দিয়ে নে । মইয়ে বনাব পাৰিলো হেঁতেন ।।।।

খোৱাৰ পিছত ৰুমীয়ে অলপকৈ হাঁহি এটা মাৰি ক'লে--
"খাবলৈ বেয়া নালাগিল "

28/04/2025

I got 50 reactions and comments on my posts last week! Thanks everyone for your support! 🎉

27/04/2025

24/04/2025

School r usorot bohut Pani hoi gol

23/04/2025

Bihu Practice

29/03/2025

Kokak aru enayek r lgt pitai...

Address


Alerts

Be the first to know and let us send you an email when Jatin and Kashmita posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Jatin and Kashmita:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share