Rubul Ahmed

Rubul Ahmed The Voice For Unity
(4)

09/08/2026

আজমল চাহাবে ৰাজনীতি কৰিবলৈ নহয়, মানুহে মানুহৰ বাবে তাকে পৰিচয় দিবলৈ উজনি গৈছে

08/08/2026

মামা তুমি আচলতে বিচৰা কি ?
ইমান জলিচা কিয় ?

06/08/2026

সহায় কৰা ফটো যদি ভাইৰেল নহয় তাৰ মানে সহায় নাই কৰা বুলি বুজায় নেকি
#অসম

03/08/2026

সত্যৰঞ্জন বৰা মতে আজমল Super40 শিৱসাগৰত হব নালাগে, মানে শিৱসাগৰৰ ল'ৰা ছোৱালী ডক্তৰ হোৱাটো নিবিচাৰে নেকি তেও

30/07/2026

উজনি অসমৰ মন কি বাত শুনিবলৈ সময় হবনে তেখেতৰ

28/07/2026

দুৰ্যোগৰ সময়ত কংগ্ৰেছৰ নেতা এজনে কি কলে শুনো আহক

19/07/2026

চৰ চাপৰি মানুহক মাটি দিলে কিয় বেয়া লাগে ২জন বিধায়কৰ

18/07/2026

১০বছৰে আপোনালোকে যিদৰে মোক মৰম দোৱা আশীৰ্বাদ দিছে মই সদায় আপোনালোকৰ ওচৰত ঋণী হৈ থাকিম ৷ আপোনালোকৰ দোৱা আশীৰ্বাদত মই ৰাজনীতি লৈ যাত্ৰা কৰিব লৈছোঁ, সকলোৱে দোৱা কৰিব

18/07/2026

প্ৰতিজন মুছলিম মানুহে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে মজিবুৰ ৰহমান ডাঙৰীয়াক ধন্যবাদ দিব লাগে

17/07/2026

প্ৰতিজন মুছলিম মানুহে আজি মাজিবুৰ ৰহমান ডাঙৰীয়াক ধন্যবাদ
দিব লাগে

Address

Gauhati

Telephone

+919954681728

Website

Alerts

Be the first to know and let us send you an email when Rubul Ahmed posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rubul Ahmed:

Shortcuts

Share