AHOM SENA

AHOM SENA Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AHOM SENA, Digital creator, Amingaon Doul Gobinda Road, .

অসম আৰু অসমীয়াৰ সৰ্বাংগীন বিকাশ, অনৈক্যৰ মাজত ঐক্য, অসমীয়া জাতীয় সত্বাৰ ৰক্ষা, সামাজিক শোষন নিপপীড়নৰ পৰা অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি বিশ্ব দৰবাৰত তেজশ্বী, স্বাৱলম্বী ঐতিহ্যমন্ডিত জাতি হিচাবে প্ৰতিষ্ঠা কৰাৰ বাবে আমি দায়বদ্ধ...[আহোম সেনাৰ জন্মলগ্নৰ তাত্পৰ্যমুলক প্ৰতিজ্ঞা আৰু উদ্দেশ্য সমুহৰ ভিত্তি অনুযায়ী আহোম সেনাই সংসদীয় ৰাজনীতিৰ বাহিৰত থাকি অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষা আৰু স

ম্পদৰ অধিকাৰৰ স্বাৰ্থত জাতি জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ বাবে ভাৰতীয় সংবিধানৰ গন্ডীৰ ভিতৰত সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ আধাৰত অসম ৰাজ্যক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ যোগেদি অসমীয়াৰ শান্তি, সমতা আৰু আৰ্থ সামাজিক দিশত সমৃদ্ধশালী কৰি গঢ়ি তোলা...অসমৰ সমুহ জনগোষ্ঠীৰ ক্ৰমান্বয়ে নিঃশেষ হব ধৰা ভাতৃত্ববোধ, সমতা' পাৰস্পৰিক বুজাবুজি বিশ্বাস সৃষ্টি কৰি বৃহৎ অসমীয়া জাতিক পুনৰবাৰ গঢ়ি তোলা আৰু সহঅৱষ্ঠান কৰা

( Chao Sailen Gogoi )

Address

Amingaon Doul Gobinda Road

Opening Hours

Monday 00:00 - 15:00
Tuesday 00:00 - 15:00
Wednesday 00:00 - 15:00
Thursday 00:00 - 15:00
Friday 00:00 - 15:00

Alerts

Be the first to know and let us send you an email when AHOM SENA posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Opening Hours
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share