দেশী জনগোষ্ঠীয় মঞ্চ,কোকৰাঝাৰ Deshi Janagosthiya Mancha,Kokrajhar

  • Home
  • India
  • Kokrajhar
  • দেশী জনগোষ্ঠীয় মঞ্চ,কোকৰাঝাৰ Deshi Janagosthiya Mancha,Kokrajhar

দেশী জনগোষ্ঠীয় মঞ্চ,কোকৰাঝাৰ Deshi Janagosthiya Mancha,Kokrajhar Its a social organisation which represent the Deshi community.

Its a platform through it we r trying 2 bring the culture,traditions of deshi's towards the people.

আজি ২১/২/২০২৫ ইং তাৰিখে দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি Islamul H Mandal  চাহাব, দেশী যুৱ ছাত্র মঞ্চৰ কেন্দ্ৰী...
21/02/2025

আজি ২১/২/২০২৫ ইং তাৰিখে দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ কেন্দ্ৰীয় সভাপতি Islamul H Mandal চাহাব, দেশী যুৱ ছাত্র মঞ্চৰ কেন্দ্ৰীয় সভাপতি Firozul Alom আৰু দেশীৰ এটি সজাতি দলে সদৌ অসম ছাত্ৰ সন্থা(AASU) ৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

জয়তু দেশী ।
দেশী জনগোষ্ঠীয় মঞ্চ অসম জিন্দাবাদ।
জয় আই অসম।

26/01/2025
25/01/2025
24/01/2025

পুষ্ঞা উৎসৱ, কামানডাঙা

24/01/2025

"অসমত দেশী মানুহ প্ৰায় ১৫ লাখ, কিন্তু ছিকিম ৰাজ্যৰ জনসংখ্যা ১৫ লাখৰ আধাতকৈ কম। তথাপি সিহঁতে ৰাজ্য চলাই আছে, অথচ দেশী মানুহৰ পৰা ৰাজ্য চলোৱা বাদ দিয়ক, এখন জিলা চলাবলৈ পৰ্যাপ্ত মানৱ সম্পদ আছে জানো?! "
---ৰাজ দ্বীপ বাইলুং বৰুৱা।

সময়োপযোগী প্ৰশ্ন।

দেশী জনগোষ্ঠীয় মঞ্চ, অসম, চিৰাং জিলা অধিবেশণৰ এক স্হিৰ আলোক চিত্র
08/12/2024

দেশী জনগোষ্ঠীয় মঞ্চ, অসম, চিৰাং জিলা অধিবেশণৰ এক স্হিৰ আলোক চিত্র

দেশী জনগোষ্ঠীয় মঞ্চ, কোকৰাঝাৰ জিলা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি মজিবৰ ৰহমান (সোঁফালে), জিলা সম্পাদক আমিৰুল হক (বাওঁফালে) ...
01/12/2024

দেশী জনগোষ্ঠীয় মঞ্চ, কোকৰাঝাৰ জিলা সমিতিৰ নৱ নিৰ্বাচিত সভাপতি মজিবৰ ৰহমান (সোঁফালে), জিলা সম্পাদক আমিৰুল হক (বাওঁফালে) লগতে তথ্য-প্ৰযুক্তি সম্পাদক ছৈয়দ আশিকুল বাৰীক(মাজত) শুভেচ্ছা জ্ঞাপন কৰিলো।

01/12/2024

দেশী জনগোষ্ঠীয় মঞ্চ অসম ৩য় দ্বিবার্ষিক কোকৰাঝাৰ জিলা অধিবেশণ উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্রাৰ কিয়দংশ।

30/11/2024
29/11/2024

Address

Kokrajhar

Alerts

Be the first to know and let us send you an email when দেশী জনগোষ্ঠীয় মঞ্চ,কোকৰাঝাৰ Deshi Janagosthiya Mancha,Kokrajhar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to দেশী জনগোষ্ঠীয় মঞ্চ,কোকৰাঝাৰ Deshi Janagosthiya Mancha,Kokrajhar:

Share