Bappi Bhai Fan Club

  • Home
  • Bappi Bhai Fan Club

Bappi Bhai Fan Club Mohibur Rahman (Bappy)
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক।

28/05/2026

#🌙✨সমূহ অসমবাসী তথা মোৰ প্ৰিয় মানকাচৰ সমষ্টিৰ ৰাইজলৈ পৱিত্ৰ ঈদ-উল-আযহাৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ।

এই পৱিত্ৰ ঈদে সকলোৰে জীৱনত সুখ, শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধ কঢ়িয়াই আনক।

ত্যাগ আৰু মানৱতাৰ মহান শিক্ষাৰে সমাজত সম্প্ৰীতি আৰু একতাৰ বাণী অধিক শক্তিশালী হওক।

✨ ঈদ মোবাৰক ✨

26/05/2026


#মানকাচৰ সমষ্টিৰ বিধায়ক মহিবুৰ ৰহমান বাপ্পি Mohibur Rohman Bappy ডাঙৰীয়াই আজি অসম বিধানসভাত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত আগবঢ়োৱা বক্তব্য। Part 7

26/05/2026


#মানকাচৰ সমষ্টিৰ বিধায়ক মহিবুৰ ৰহমান বাপ্পি Mohibur Rohman Bappy ডাঙৰীয়াই আজি অসম বিধানসভাত মহিলা সংৰক্ষণ বিধেয়ক সন্দৰ্ভত আগবঢ়োৱা বক্তব্য।

    at CLP office, Assam Assembly Old building.
24/05/2026


at CLP office, Assam Assembly Old building.

 #মানকাচৰ সমষ্টিৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন জৰুৰী সমস্যা আৰু জনসাধাৰণৰ বহুদিনীয়া দাবীৰ সন্দৰ্ভত অসমৰ স্বাস্থ্য সেৱা সঞ্চা...
23/05/2026

#মানকাচৰ সমষ্টিৰ স্বাস্থ্য খণ্ডৰ বিভিন্ন জৰুৰী সমস্যা আৰু জনসাধাৰণৰ বহুদিনীয়া দাবীৰ সন্দৰ্ভত অসমৰ স্বাস্থ্য সেৱা সঞ্চালক (Director of Health Services) ডাঙৰীয়াৰ লগত গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত কৰা হয়।

বিশেষকৈ —
▶️ ব্লাড বেংক স্থাপন ।
▶️ মৰণোত্তৰ পৰীক্ষা (পোষ্ট মৰ্টেম) সুবিধা।
▶️ চিকিৎসক আৰু স্বাস্থ্য কৰ্মচাৰীৰ অভাৱ ।
▶️ চিকিৎসালয়সমূহৰ সামগ্ৰিক পৰিচালনা আৰু উন্নয়ন

আদি বিষয়সমূহত বিস্তৃতভাৱে আলোচনা কৰা হয়। মানকাচৰ সমষ্টিৰ ৰাইজে যাতে উন্নত স্বাস্থ্যসেৱা লাভ কৰিব পাৰে তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা হৈছে।

আশা কৰিছো, অতি কম সময়ৰ ভিতৰতে এই সমস্যাসমূহ ধাপে ধাপে সমাধান হ’ব আৰু স্বাস্থ্য খণ্ডত এক ইতিবাচক পৰিৱৰ্তন আহিব।

মানকাচৰ সমষ্টিৰ প্ৰতিজন ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ বাবে সদায় নিষ্ঠা আৰু সততাৰে কাম কৰি যাম ।

মানকাচৰৰ ৰাইজৰ সুবিধা আৰু উন্নয়নেই মোৰ মূল লক্ষ্য।

সকলোৰে দোৱা, মৰম আৰু সহযোগিতা সদায় কামনা কৰিলোঁ।

22/05/2026


#মহিবুৰ ৰহমান বাপ্পি বিধায়ক ১১ মানকাচৰ বিধানসভা সমষ্টি

21/05/2026


#মহিবুৰ ৰহমান বাপ্পি বিধায়ক ১১ মানকাচৰ সমষ্টি

21/05/2026


# মহিবুৰ ৰহমান বাপ্পি বিধায়ক ১১ মানকাচৰ সমষ্টি

   #নিৰ্বাচনত জয়লাভ কৰাৰ পিছত আজি ঝাগৰাৰচৰ,কাকৰীপাৰা,ঠাকুৰানবাৰী,মানকাচৰ পূব,মানকাচৰ বজাৰ, মানকাচৰ পশ্চিম,পাথুৰীয়া আদি...
17/05/2026


#নিৰ্বাচনত জয়লাভ কৰাৰ পিছত আজি ঝাগৰাৰচৰ,কাকৰীপাৰা,ঠাকুৰানবাৰী,মানকাচৰ পূব,মানকাচৰ বজাৰ, মানকাচৰ পশ্চিম,পাথুৰীয়া আদি বিভিন্ন অঞ্চলৰ দলীয় কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষী সকলৰ লগত মত বিনিময় কৰাৰ সুযোগ লাভ কৰিলোঁ। সকলোৰে আন্তৰিক মৰম, আশীৰ্বাদ আৰু সহযোগিতাই মোক অধিক দায়িত্বশীল কৰি তুলিছে।

ৰাইজে যি বিশ্বাস আৰু আস্থা প্ৰকাশ কৰিছে, সেই বিশ্বাসৰ মৰ্যাদা ৰক্ষা কৰাটো মোৰ প্ৰথম কৰ্তব্য।

আগন্তুক দিনত মানকাচৰ সমষ্টিৰ উন্নয়ন, শান্তি আৰু জনসাধাৰণৰ কল্যাণৰ বাবে সকলোকে লগত লৈ একেলগে কাম কৰি যাম।

এই মৰম আৰু সমৰ্থনৰ বাবে প্ৰতিগৰাকী ৰাইজ, দলীয় কৰ্মী আৰু শুভাকাংক্ষীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 🙏

Address


783135

Telephone

+918011054208

Website

Alerts

Be the first to know and let us send you an email when Bappi Bhai Fan Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share