15/09/2026
“নিজৰ ঠাইখনতে নিজৰ নাৰী শক্তিক প্ৰতিষ্ঠা কৰি, সকলোকে সুস্থ জীৱনশৈলীৰ দিশে আগুৱাই নিবলৈ পাই সঁচাকৈয়ে গৌৰৱবোধ কৰিছোঁ। এজনে আনজনক সহায় কৰি, স্বাস্থ্যৱান আৰু আত্মনিৰ্ভৰশীল সমাজ গঢ়াৰ আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা”