04/08/2024
অসম তথা দৰংবাসী বাবে সু-খৱৰ কেন্দ্ৰীয় চৰকাৰে অসমলৈ আগবঢ়ালে 5,729 কোটি টকাৰ বৃহৎ প্ৰকল্প।
গুৱাহাটী ৰিং ৰোডৰ এই প্ৰকল্পত, গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিলৈ 6 লেন হাইৱে, বাইহাটা চাৰিআলিৰ পৰা দৰং জিলাৰ ছিপাঝাৰৰ কুৰুৱালৈ, কুৰুৱাৰ পৰা ব্ৰহ্মপুত্ৰৰ ওপৰত তিনি কিলোমিটাৰ দলং হব, কুৰুৱা-নাৰেংগী দলং অৰ্থাৎ চন্দ্ৰপুৰৰ পৰা এই ৰিং ৰোড সোনাপুৰলৈ আহিব । সোনাপুৰৰ পৰা আকৌ 6 লেন হাইৱে ৰে খানাপাৰালৈ আহিব । থোপ খাই থকা গুৱাহাটীক অনুমোদিত ৰিং ৰোডে মুক্ত কৰিব। এই বৃহৎ প্ৰকল্পটোত 1000 কোটি টকা অসম চৰকাৰেও বহন কৰিব।
ধন্যবাদ মাননীয় প্ৰধানমন্ত্ৰী Narendra Modi ডাঙৰীয়া
ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়া।
ধন্যবাদ-
Dr. Paramananda Rajbongshi
Dilip Saikia
Dr-Paramananda Rajbongshi
Dilip Saikia Bjp Nalbari