AG LIVE 24×7

AG LIVE 24×7 Ag Live tv

08/08/2025

বিদেশীৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশৰ বিৰুদ্ধে ৰঙিয়াত ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ ।

ৰাজ্যত অ-মুছলমান বিদেশীৰ বিৰুদ্ধে যিমান গোচৰ আছে সেই গোচৰ সমূহ উঠাই লবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশক লৈ জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা । সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ ৰাজ্যতে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হয় ।

08/08/2025

আপোনালোকে কিয় হিন্দু মুছলিম কৰি থাকেl চিকিৎসালয়ত তেজৰ প্ৰয়োজন হ'লে তাত হিন্দু-মুছলিম বিচাৰ নকৰে।

05/08/2025

📌উজনিৰ পৰা মিঞা খেদা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইমদাদ হুছেইনৰ বিষ্ফোৰক মন্তব্য।
📌 মূখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত অসমত ভাতৃ ঘা**তক সংৰ্ঘ**ষৰ সূত্ৰপাতৰ ৰচনা কৰিছে।
📌মূখ্যমন্ত্ৰীক সকীয়াই দিছোঁ মিঞাৰ ওপৰত এটা আঁচোৰ লাগিলেও সহ্য কৰা নহব।
📌 মিঞা বাংলাদেশী নহয়, মিঞা প্ৰকৃত অসমীয়া।
📌 প্ৰকৃত ভাৰতীয় নাগৰিকক সাৰা-শাস্তি কৰা সংগঠনক গ্ৰেপ্তাৰ দাবী জনায় ২৪ ঘণ্টা সময় মূখ্যমন্ত্ৰীক। AG Live

05/08/2025

⏩উজনিত মিঞাৰ বিৰুদ্ধে চলা অভিযান সন্দৰ্ভত লাহৰীঘাটত কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ইমদাদ হুছেইনৰ গুৰুত্বপূৰ্ণ মন্তব্য

05/08/2025

নগাঁও জিলা পৰিষদ গঠন: মন্ত্ৰী কেশৱ মহন্তৰ অংশগ্ৰহণ:

31/07/2025

মছজিদত বহি মন্দিৰক সুৰক্ষা দিয়াৰ চিন্তা-চৰ্চা মুছলমান সমাজৰ পিছে কিয় ললে এনে সিদ্ধান্ত !

30/07/2025

লখিমপুৰ, গোৱালপাৰা আৰু ধুবুৰী জিলাৰ উচ্ছেদিত লোকৰ পুনৰ সংস্থাপনৰ দাবীত অসম চৰকাৰৰ মুখ্য সচিবৰ লগত আলোচনাত মিলিত অখিল গগৈ

29/07/2025
28/07/2025

লাহৰীঘাটত দুই সন্তানৰ মাতৃ নিৰুদ্দেশ # পত্নীক বিচিৰি স্বামীৰ হাহাকাৰ।

মাতৃক বিচাৰি অকণমানি দুটি সন্তানৰ কাতৰ আহাবান
মা, তুমি য'তেই আছা সোন কালে আহা তোমালৈ মনত পৰিছে।
কোনোবা ব্যাক্তিয়ে যদি ছালেহা বেগম ওৰফে প্ৰিয়ংকা শইকীয়াক দেখা পালে 9074512418 আৰু 9539886045 নম্বৰত ফোন কৰি যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
নিউচ ডেস্কচ ৰিপোৰ্ট AG live

28/07/2025

লাহৰীঘাটত দুই সন্তানৰ মাতৃ নিৰুদ্দেশ # পত্নীক বিচিৰি স্বামীৰ হাহাকাৰ।

মাতৃক বিচাৰি অকণমানি দুটি সন্তানৰ কাতৰ আহাবান
মা, তুমি য'তেই আছা সোন কালে আহা তোমালৈ মনত পৰিছে।
জনাই, কোনোবা ব্যাক্তিয়ে যদি ছালেহা বেগম ওৰফে প্ৰিয়ংকা শইকীয়াক দেখা পালে 9074512418 আৰু 9539886045 নম্বৰত ফোন কৰি যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
নিউচ ডেস্কচ ৰিপোৰ্ট AG live

25/07/2025

উচ্ছেদৰ বিৰুদ্ধ বুৰাবুৰীত মুছাৰ তীব্ৰ প্ৰতিবাদ
পুনৰ সংস্থাপনৰ ব‍্যৱস্থা নকৰি সকলো ধৰণৰ উচ্ছেদ বন্ধ ৰাখিব লাগে বুলি হুংকাৰ মুছলিম ছাত্ৰ সন্থাৰ ।

24/07/2025

অসমত এক কোটি বাংলাদেশী মুছলমান থকা বুলি মূখ্যমন্ত্ৰীয়ে দিয়া মন্তব্য বৃত্তিহীন বুলি আখ্যা দিছে মুছলিম ছাত্ৰ অসমে(মুছা)ই ।

Address

L. G
Morigaon

Telephone

+917002347932

Website

Alerts

Be the first to know and let us send you an email when AG LIVE 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AG LIVE 24×7:

Share