D Birshing News

D Birshing News আমি সদায় ৰাইজৰ লগত

01/14/2026

01/14/2026

ডাঙৰ খবৰ | অসম ৰাজনীতিকংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰেজাউল কৰিম সৰকাৰে।আগলৈ কি হ’ব? দৃষ্টি সকলোৰে ৰেজাউল কৰিম সৰকাৰলৈ।     ...
01/14/2026

ডাঙৰ খবৰ | অসম ৰাজনীতি
কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলে ৰেজাউল কৰিম সৰকাৰে।
আগলৈ কি হ’ব? দৃষ্টি সকলোৰে ৰেজাউল কৰিম সৰকাৰলৈ।

01/13/2026

৯নং বিৰসিং জৰুৱা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ আশাবাদী প্ৰাৰ্থীঃ ডঃ ৰেজা আল আমিন ফুলপুৰ বজাৰত নিৰ্বাচনী প্ৰচাৰ।

01/12/2026

ধুবুৰী গৌৰীপুৰ সমষ্টিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শপত বাক্য পাঠ কৰোৱালে।

01/12/2026

৯ নং বিৰসিং জৰুৱা সমষ্টিৰ ৰাইজৰ দলৰ আশাবাদী প্ৰাৰ্থীঃ মোছলেম উদ্দিন চৌধুৰীৰ মন্তব্য
゚viralシalシ

01/11/2026

• হিমন্ত বিশ্ব শৰ্মা মোৰ মেনেজাৰ নে PA - অখিল গগৈ।
• কংগ্ৰেছ আৰু ৰাইজৰ দলৰ আসনৰ ভাগ বটোৱাৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বক্তব্য প্ৰত্যুত্তৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।

vs

01/11/2026

আজি আবেলি বয়জেৰ আলগা গাঁও পঞ্চায়ৰ অন্তৰ্গত জয়পুৰ নতুন বজাৰত ৰাইজৰ দলৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মোছলেম উদ্দিন চৌধুৰী আৰু দলৰ কৰ্মী বিন্দুসকলে। ゚viralシalシ

01/09/2026
01/09/2026

ৰাইজৰ দলৰ আশাবাদী প্ৰাৰ্থীঃ মোছলেম উদ্দিন চৌধুৰী ৯ নং বিৰসিং জৰুৱা সমষ্টিৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা ৰাইজৰ কথা ৰাইজৰ মাজত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।
゚viralシalシ

01/08/2026

BJP ৰ যদি মিঞাৰ ভোট নালাগে তেন্তে মিঞা অঞ্চলত AGP ৰ টিকট কিয় দিয়ে।

01/08/2026

মাজাৰত শিজদা কৰা নিষেধ।

Address

Assam
Detroit, MI

Telephone

+918474878005

Website

Alerts

Be the first to know and let us send you an email when D Birshing News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to D Birshing News:

Share