
09/01/2025
ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ শ্ৰদ্ধাৰ শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলো ৷🙏
ভগৱানে তেখেতক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক তাকে প্রার্থনা জনালো ।।🍀🙏
Dilip saikia 🎉