Axom Protidin Time 24x7

Axom Protidin Time 24x7 News
(1)

06/05/2026

#বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপন আৰু পৰিচ্ছন্নতা অভিযান।
" #জুবিন গাৰ্গ"ৰ লগত সংগতি ৰাখি "নাহৰ" গছপুলি ৰোপন কৰি নলবাৰী জিলাৰ মুকালমুৱাত এক গছপুলি ৰোপন আৰু পৰিচ্ছন্নতা অভিযান সফলভাৱে সম্পন্ন কৰে।

05/31/2026

*বৰছলাত কৰুণ দুৰ্ঘটনাঃ বিদ্যুৎস্পৃষ্ট হৈ ঠিকাভিত্তিক বিদ্যুৎ কৰ্মচাৰী জাকিৰ হুছেইনৰ মৃত্যু*
মৰিগাঁও জিলাৰ বৰছলাত এক শোকাৱহ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। লাহৰিঘাট বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনত ঠিকাভিত্তিকভাৱে কৰ্মৰত এজন বিদ্যুৎ কৰ্মচাৰী বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয়

05/31/2026

বৰক্ষেত্ৰীৰ ৰামপুৰত ভোলানাথ বৰুৱাক স্মৰণেৰে বাণিজ্য দিৱস উদযাপন ৷
“বণিজ কোঁৱৰ ভোলানাথ বৰুৱা" শীৰ্ষক গ্ৰন্থ উন্মোচন ৷

05/30/2026

অভয়াপুৰীত আৰক্ষীৰ সন্মুখতে ই ৰিক্সা আৰু মেজিক চালকৰ মাজত যাত্ৰী লৈ ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয়।

05/28/2026
05/26/2026

“কথাৰে নহয়, কামেৰে পৰিচয়”— এই কথাষাৰকেই যেন বাস্তৱ ৰূপ দিছে ৫৫ নং ধিং বিধানসভা সমষ্টিৰ নৱ-নিৰ্বাচিত ৰাইজৰ দলৰ বিধায়ক মেহেবুব মুক্তাৰে ।উন্নয়নৰ প্ৰতিশ্ৰুতিৰে জনসমৰ্থন লাভ কৰা বিধায়ক গৰাকীয়ে শপত গ্ৰহণ কৰাৰ পাছতেই ধিং সমষ্টিত উন্নয়নৰ গতি তীব্ৰ কৰাৰ লক্ষ্যৰে একেৰাহে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ।

05/25/2026

*পলাহজুৰি-গৰিয়াবৰী সংযোগী পথৰ আধাৰশিলা স্থাপন*
*উন্নয়নৰ ধাৰা অব্যাহত ৰাখি ছয়খনকৈ পথ নিৰ্মাণ কাৰ্য আৰম্ভ লাহৰিঘাট সমষ্টিত*

05/25/2026

বিধানসভা অধিৱেশনৰ তৃতীয় দিনা বহু কেইটা দাবী উত্থাপন কৰিলে বিধায়ক Sherman Ali Ahmed ডাঙৰীয়া

05/24/2026

গোৱালপাৰাত মাৰ্কাজ একাডেমীত সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় ।
সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যালয়খনৰ এখশ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হয় ।

05/23/2026

*টুমুকাবড়িত অকৃত্বশীল বিদ্যুৎ সংযোগৰ বলি ৪ সন্তানৰ মাতৃ*
*পুখুৰীৰ আলিৰে টানি নিয়া উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু*

Address

Kansas City, MO

Alerts

Be the first to know and let us send you an email when Axom Protidin Time 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Protidin Time 24x7:

Share