LIVE DHING

LIVE DHING LIVE NEWS DHING NK

06/05/2026

সৰু কথা মনত পৰি গ'ল………

05/30/2026

এইজন মঙ্গলদৈৰ ডেমকেয়াৰ চামছুদ্দিন, মামাক চেলেঞ্জ কৰি UCC সদনত গৃহীত হোৱাৰ দুদিন নৌহওঁতেই ৰূপক শৰ্মাৰ সমষ্টিৰ জাজৰিৰ পৰা দুই হিন্দু বোৱাৰীক ঈদৰ নিশাই একেলগে পলুৱাই নি নীলিমা দেৱীৰ সমষ্টি পোৱালেগৈ চামছুদ্দিনে।

কি যে ভাগ্য এজনী নহয় দুজনীকৈ

05/28/2026

অনুভৱৰ অনুৰণন
-------------------

সময় বালিত খোজৰ চিন,
নদীৰ বুকুত হেৰায় দিন।
বুকুৰ মাজত মায়াৰ খেল,
অবুজ প্ৰেমৰ উমাল মেল।

নূপুৰ বাজিছে মনৰ কোণত,
তাল মিলিসে ধপধপনিত;
সুৰীয়া ৰাগেৰে হিয়া কঁপে,
কবিতা জাগে মনে মনে।

আকাশে সানে মেঘৰ কাজল,
ধৰা আজি প্ৰেমত ব্যাকুল;
কম শব্দৰ এই চুটি গীত,
দি থৈ যাওক আপোনাক প্ৰীত।

05/27/2026

শূন্যতাৰ অট্টালিকা
-------------------------

অনিদ্ৰ নিশাৰ বুকুত আজি হাজাৰ চিন্তাৰ মেলা,

অবুজন ভাৱনাবোৰে কৰে যেন নিৰ্দয় খেলা।

আধুনিক অট্টালিকাৰ এই সুকোমল, আৰামদায়ক শয্যা,

তথাপি চকুৰ পতাত নাই টোপনিৰ অলপ কৰুণ সজ্জা।

ফ্ৰিজৰ বুকুত শুৱনি কৰে মাছ, মাংস, কণীৰ মেদ,

অথচ জঠৰ জঠৰ লাগে ভোক, মনত অহেতুক খেদ।

চোতালৰ দুৱাৰমুখত ৰৈ আছে আধুনিক বাহনৰ শাৰী,

সমাজত সন্মানেও দিয়ে মোৰ নামৰ জয়যাত্ৰা কাঢ়ি।

তথাপি ঘৰৰ চাৰিবেৰ ফালি ওলাই যাবলৈ নাই মন,

কাৰ বাবে বাৰু এই কৃত্ৰিম ঐশ্বৰ্যৰ আয়োজন?

শৈশৱ দেখোন হ’ল ইতিহাসৰ এক ধূলিয়ৰি পাত,

মনত পৰে নিশা হ’লেই সপোনবোৰে দিয়া সেই মাত।

দৰিদ্ৰ পঁজাৰ চালি ফুটি জিলিকিছিল আকাশৰ তৰা,

কচু-ঢেকীয়াৰ সেই তৰকাৰীখনেই আছিল ক্ষুধা হৰি থকা ধৰা।

ভঙা চাইকেলখনেই আছিল জীৱন সাৰথি, গতিৰ ঠিকনা,

নাছিল য’ত কোনো বিষাদৰ বোজা, নাছিল কোনো বিখাদ চেতনা।

আৰু আজি চোৱা মোক—

প্ৰাচুৰ্যৰ পাহাৰ আছে, নাই কেৱল হৃদয়ৰ ভোক।

অভাৱ নাই একোহৰে, সকলো আছে মোৰ বুকুত,

মাথোঁ একুৰা জীৱনজোৰা জুই জ্বলে চকুলোৰ সুখত।

যদি সকলো থাকিও জীৱনত নাথাকে চতিয়া সুখৰ,

তেন্তে মানুহ কিয় ইমান স্বাৰ্থপৰ, কিয় এই অভিনয় বুকৰ?

চাৰিওফালে মাথোঁ কোলাহল...

আৰু মোৰ ভিতৰৰ মনটো বৰ উৰুঙা, বৰ অকলশৰীয়া...॥

05/25/2026

বিহুৱে মেইন………কেনেকৈ নানাচোঁ……

05/25/2026

নগাঁৱৰ পৰা বটদ্ৰৱা অভিমুখে অহা তীব্ৰবেগী ছুইফট ডিজায়াৰে(Swift Dzire) শান্তিজানত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা গৈ খালত সোমায়।

05/23/2026

মায়া আৰু এজন নিঃসংগ সন্যাসী
--------------------------

মোৰ লাজ নাই, কোনো সংকোচ নাই—
তোমালোকে মোক যি ভাৱে ভাৱিব পাৰা!
মই চোন জানো— এই পৃথিৱীলৈ মই অকলেই আহিছিলোঁ,
আৰু দিনৰ শেষত, ইয়াৰ পৰা যাবও লাগিব একেবাৰে অকলে।
তথাপিও... মই মোৰ নিজৰ ইচ্ছাৰে একোকে কৰিব নোৱাৰোঁ,
জন্মৰ পৰা মৃত্যুলৈকে মই যে আৱদ্ধ হ’লোঁ এক অদৃশ্য মায়াত!
এই ধৰাত মোৰ নিজস্বতা বুলিবলৈ চোন আজি একোৱেই নাই।

মায়া যে সঁচাকৈয়ে এক মায়া... এক মৰীচিকা!
তুমি তেজ পানী কৰি যি অৰ্জন কৰিবা,
পৰিয়ালৰ সকলোৱে সমানে তাৰ সুখ ভোগ কৰিব,
কিন্তু তোমাৰ সেই কৰ্মৰ পাপৰ গধুৰ ভাৰ ল’বলৈ—
এই সংসাৰত কোনোদিনে কোনো আগবাঢ়ি নাহে!

মোৰ লাজ নাই... মোৰ কোনো ভীতি নাই,
মোৰ মন গ’লে মই এই মুহূৰ্ততে সন্যাসী হ’ব পাৰোঁ,
মন গ’লে ৰাজপথৰ এজন সাধাৰণ ভিখাৰী হ’ব পাৰোঁ,
আৰু মন গ’লে মই সমাজৰ চকুৰ এজন গুণ্ডাও হ’ব পাৰোঁ!

কিন্তু মই নোৱাৰোঁ...
কিয়নো, মই যে মায়াৰে এক কঠিন জীৱন-বান্ধোনত বন্দী!
মোৰ সমস্ত বিদ্ৰোহ মোৰ এই আপোন মায়াতেই অন্ত পৰে।

05/22/2026

নিজৰ পত্নীক ঘৰৰ পৰা খেদি দি নাবালিকাক বিয়া কৰাৰ পিছত প্ৰথমা পত্নীৰ মুখ্যমন্ত্ৰীক সহায়ৰ ভিক্ষা……… Part 8

05/22/2026

নিজৰ পত্নীক ঘৰৰ পৰা খেদি দি নাবালিকাক বিয়া কৰাৰ পিছত প্ৰথমা পত্নীৰ মুখ্যমন্ত্ৰীক সহায়ৰ ভিক্ষা……… Part 7

05/22/2026

নিজৰ পত্নীক ঘৰৰ পৰা খেদি দি নাবালিকাক বিয়া কৰাৰ পিছত প্ৰথমা পত্নীৰ মুখ্যমন্ত্ৰীক সহায়ৰ ভিক্ষা……… Part 6

Address

New York, IL
782123

Telephone

+17086017806

Website

Alerts

Be the first to know and let us send you an email when LIVE DHING posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to LIVE DHING:

Shortcuts

Share