Clicky

Nagaonr Lora Amir Hamja

  • Home
  • Nagaonr Lora Amir Hamja

Nagaonr Lora Amir Hamja video creator

Operating as usual

আমাৰ লাওখোৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি Mr.আবুবক্কৰ ছিদ্দিক ডাঙৰীয় আৰু লগতে লাওখোৱা মন্ডল বি জে পি ৰ সভাপতি সুব্ৰত সিনহা ...
08/11/2022

আমাৰ লাওখোৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি Mr.আবুবক্কৰ ছিদ্দিক ডাঙৰীয় আৰু লগতে লাওখোৱা মন্ডল বি জে পি ৰ সভাপতি সুব্ৰত সিনহা ডাঙৰীয়াৰ লগত কিছু মূহুৰ্ত।

আজি ইংৰাজী ৭/১০/২০২২ তাৰিখে কাঠপাৰা গাওঁ পঞ্চায়তত চামগুৰি বিধান পৰিষদৰ এখন সভা আয়োজন কৰা হয় উক্ত সভাত উপস্থিত থাকে কেন...
07/10/2022

আজি ইংৰাজী ৭/১০/২০২২ তাৰিখে কাঠপাৰা গাওঁ পঞ্চায়তত চামগুৰি বিধান পৰিষদৰ এখন সভা আয়োজন কৰা হয় উক্ত সভাত উপস্থিত থাকে কেন্দ্ৰীয় ধৰ্মীয় সংখ্যলঘু পৰিষদৰ সাধাৰণ সম্পাদক লগতে উপস্থিত থাকে লাওখোৱা আঞ্চলিক পঞ্চায়তৰ সভাপতি আবুবক্কৰ ছিদ্দিক ডাঙৰীয়া এই কেইজনৰ উপস্থিতিত চামগুৰি বিধান পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদ কমিটি গঠন কৰা হয়।

বৰঘূলী হাই মাদ্ৰাছাৰ পৰা চামঘূৰী সমষ্টিৰ 4নং ভূৰবন্ধা গাৱৰ মোঃইৰশাদ উল্লাহ অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰি চামগুৰি সমষ্ট...
07/06/2022

বৰঘূলী হাই মাদ্ৰাছাৰ পৰা চামঘূৰী সমষ্টিৰ 4নং ভূৰবন্ধা গাৱৰ মোঃইৰশাদ উল্লাহ অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰি চামগুৰি সমষ্টি তথা গোটেই অসমৰ ৰাইজক উৎসাহিত কৰিছে।

16/05/2022
Sunitpur Assam India
07/05/2022

Sunitpur Assam India

Welcome To Samaguri🙏
01/04/2022

Welcome To Samaguri🙏

এওঁ আকৌ কি কৈছিল 😁😁😁।
21/03/2022

এওঁ আকৌ কি কৈছিল 😁😁😁।

নাগালেণ্ডৰ ডিমাপুৰ জিলাত অলপ ফুৰিবলৈ আহিলোঁ।
20/03/2022

নাগালেণ্ডৰ ডিমাপুৰ জিলাত অলপ ফুৰিবলৈ আহিলোঁ।

The Kashmir Files.
17/03/2022
YouTube

The Kashmir Files.

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

নাগালেণ্ড আহিলো ফুৰিবলৈ।
17/03/2022
YouTube

নাগালেণ্ড আহিলো ফুৰিবলৈ।

Enjoy the videos and music you love, upload original content, and share it all with friends, family, and the world on YouTube.

Address


Alerts

Be the first to know and let us send you an email when Nagaonr Lora Amir Hamja posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.