DibyaJyoti-দিব্যজ্যোতি

DibyaJyoti-দিব্যজ্যোতি please like and follow our page

06/07/2025
নাৰী ঘৰৰ লখিমী নাৰীৰ লাজ সন্মানেই সকলো ।  লাখ লাখ ছোৱালী ডক্টৰ  নাৰ্চ হৈ আছে তথাপিওঁ  চাব ultrasound  কৰিবলৈ হলে কাপোৰ ন...
21/06/2025

নাৰী ঘৰৰ লখিমী নাৰীৰ লাজ সন্মানেই সকলো ।
লাখ লাখ ছোৱালী ডক্টৰ নাৰ্চ হৈ আছে তথাপিওঁ চাব ultrasound কৰিবলৈ হলে কাপোৰ নোহোৱা অৱস্থাত এজন পুৰুষে চাব লগীয়া হৈছে !
চেকআপ পুৰুষে কৰি আছে সন্তান জন্ম হবলৈ হলে যদি প্ৰস্ৰাৱৰ পাইপ লগাব লগীয়া হয় তেতিয়াও কাপোৰ গুচাই কোনোবা পুৰুষে লগাই থকা দেখা যায় ।
হব পাৰে চিকিৎসক সকলৰ চিন্তাধাৰা বেয়া নাথাকে কিন্তু এজনী নাৰীৰ সন্মান ক'ত ?
এজনী নাৰী কাপোৰ সলনি কৰিবলৈ নিজৰ স্বামীক সিফালে ঘূৰি দিয়ক বুলি কয় তেনেহলে এজন অচিনাকি পুৰুষৰ আগত কেনেকৈ কাপোৰ খুলিব ।

নাৰী ইমান উচ্চ শিক্ষিত হৈ কি লাভ যদি নাৰীৰ কাম পুৰুষ ডক্টৰক দিয়ে সকলো কৰিব লগীয়া হয় যদি নাৰী নিজক কম্ফৰ্টেবল ফিল নকৰে ।
আপুনি কেনেকৈ বিশ্বাস কৰিব সকলো পুৰুষ ডক্টৰ ভাল হব বুলি কিছুমান তো বেয়াও থাকে ।
অপাৰেশ্যনৰ সময়ত পুৰুষ ডক্টৰ হওক কথা নাই অন্তত ultrasound সৰু সৰু ক্ষেত্ৰত অলপ হলেও সলনি কৰাৰ প্ৰয়োজন ।
এনেকুৱা নিয়ম হব লাগে এজনী নাৰীৰ চেকআপ অকল এজনী নাৰীয়েই কৰিব পাৰিব পুৰুষ ৰিপোৰ্ট চাওক বাকি সকলো কৰক অকল বিনা কাপোৰত যাতে কোনো পুৰুষৰ চকু নপৰে ।
নাজানো মোৰ কথাটো কোনে কিমান গুৰুত্ব দিব কিন্তু কথাটো বহুত গুৰুত্বপূৰ্ণ যেতিয়া সেই নাৰী জনী আপোনাৰ মা ভনী কন্যা বা স্ত্ৰী হব তেতিয়া বুজি পাব ।
যদি একমত Share কৰিব।

সংগ্ৰহ : Ravi new

26/02/2025

HAAPY MAHA SHIVRATRI

বাবাই সকলোৰে মঙ্গল কৰক।
09/09/2024

বাবাই সকলোৰে মঙ্গল কৰক।

এটা শৰীৰ। ১৮/২০ জন পুৰুষ।১১৩ টা কামোৰৰ দাগ। ১৫০ গ্ৰাম বীৰ্য্য।কল্পনা কৰক এজনী স্বাস্থ্যৱান ছোৱালীক তাইৰ চকুৰ মণিৰে তেজ ও...
17/08/2024

এটা শৰীৰ।

১৮/২০ জন পুৰুষ।

১১৩ টা কামোৰৰ দাগ।

১৫০ গ্ৰাম বীৰ্য্য।

কল্পনা কৰক এজনী স্বাস্থ্যৱান ছোৱালীক তাইৰ চকুৰ মণিৰে তেজ ওলাই আহিবলৈ কিমান সময় ধৰি ৰাখিব লাগিব?

সেই সময়ত দুয়োজনে মৌমিতাৰ হাত টানকৈ ধৰি ৰাখিছিল।

তেওঁলোকৰ মাজৰ এজনী হৈছে মৌমিতাৰ মহিলা সহকৰ্মী।

চকুযুৰিৰে তেজ ওলাই অহাৰ আগতে মৌমিতাই নিশ্চয় এই মহিলা সহকৰ্মীগৰাকীলৈ চাই আছিল।

চকুৰ ভাষাত বাৰে বাৰে বুজাবলৈ চেষ্টা কৰি আছিলঃ "মোক এৰি দিয়ক / মোক বচাওক... , আপুনিও এজনী ছোৱালী।"

(সংগ্ৰহীত)

This picture is Afganisthan
25/06/2024

This picture is Afganisthan

যিসকলে মা কামাখ্যাক অন্তৰৰ পৰা মানে তেওঁলোকে পোষ্টটি শ্বেয়াৰ কৰিব।মা কামাখ্যাই মংগল কৰিব।জয় মা কামাখ্যা।🙏🙏
22/06/2024

যিসকলে মা কামাখ্যাক অন্তৰৰ পৰা মানে তেওঁলোকে পোষ্টটি শ্বেয়াৰ কৰিব।মা কামাখ্যাই মংগল কৰিব।জয় মা কামাখ্যা।🙏🙏

Address

Moranhat

Telephone

+17086409408

Website

Alerts

Be the first to know and let us send you an email when DibyaJyoti-দিব্যজ্যোতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to DibyaJyoti-দিব্যজ্যোতি:

Share