News Axom Polity

News Axom Polity পথাৰ আমাৰ বজাৰ আমাৰ

আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। এইবাৰ মেট্ৰিকত নাথাকিব শীৰ্ষস্থানৰ ব্যৱস্থা। পুৱা ১০.৩০ বজাত ৱেৱছাইটযোগে পাব ফলাফল
11/04/2025

আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। এইবাৰ মেট্ৰিকত নাথাকিব শীৰ্ষস্থানৰ ব্যৱস্থা। পুৱা ১০.৩০ বজাত ৱেৱছাইটযোগে পাব ফলাফল

ভাৰতীয় জনতা পাৰ্টি,  মৰিগাঁও জিলাৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনত দলীয় টিকটত নিৰ্বাচনত অবতীৰ্ণ হব ...
10/04/2025

ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলাৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচনত দলীয় টিকটত নিৰ্বাচনত অবতীৰ্ণ হব লগীয়া ব্যক্তিৰ তালিকা ।

29/03/2025

ম্যানমাৰত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত পুখুৰীৰ পানী কি হ'ল চাওক

20/01/2025

IIT BOMBAY wala baba exclusive video

17/01/2025

ঐতিহাসিক জোনবিল মেলা বাকৰিত আজি ।

17/01/2025

ঐতিহাসিক জোনবিল মেলা l

   আজি দিনৰ ১০:৩০ বজাত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল  l
20/04/2024



আজি দিনৰ ১০:৩০ বজাত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল l

03/10/2023

মৰিগাঁও জিলাৰ মায়ং থানাৰ অন্তৰ্গত ১ নং গাগলমাৰীত এজন অচিনাকি ব্যক্তি নতুন বজাৰত দেখা পোৱা যায় কিন্তু তেখেতৰ আচৰণ কথা বাৰ্তা অলপ অন্যৰকম হোৱাত স্থানীয় যুৱকসকলে মায়ং থানাত ছমজাই দিয়াৰ ব্যৱস্থা কৰে । ইয়াৰ আগতো দিল্লীৰ পৰা অহা বুলি মহিলা এগৰাকী গাওঁখনত আহিছিল ।

15/03/2023

Glimpses of hailstorm in

30/10/2022

ঝাৰগাওঁৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান "মোহনবাশী দাস কণিষ্ঠ মহাবিদ্যালয় "ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উৎসৱ উদযাপনৰ উদ্দেশ্য আগত ৰাখি সকলো মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সম্মিলনী বাবে অহা ইংৰাজী ১/১১/২০২২ তাৰিখে এখনি সাধাৰন সভা আয়োজন কৰা হৈছে , সেইহে সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক সভাখনত উপস্থিতি থাকিবৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ অনুৰোধ জনাইছে ।

Address

Jagiroad

Telephone

+917086412543

Website

Alerts

Be the first to know and let us send you an email when News Axom Polity posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Axom Polity:

Share