An Indian lady Dipika

  • Home
  • An Indian lady Dipika
04/02/2025

Life is very beautiful
Enjoy it

04/02/2025

saraswati puja 2025
3.2.2025

23/01/2025
22/01/2025

জীৱন টো যেন এক বুজাব নোৱাৰা সাথঁৰ , কলমটো নিজৰ মনৰ লেখনিবোৰৰ পৰা ম ই নিজে পেলাই থৈছিলো নে কোনোবা কালশতৰোৱে পেলাই থোৱালে গম নাপালো। লিখি যাব লাগিব আধা লিখা দস্তাবেজ বোৰ।
জটিল প্ৰশ্নবোৰৰ উত্তৰ ম ই আনৰ পৰা নিবিচৰা আগতেই কোনোবাই মনত খুন্দিয়াই থৈ যায়। হয়টো সিয়েই মোৰ বিপদৰ বন্ধু।
" বন্ধু মেলিদে টোৰ সুখৰ দুখনি হাত"
গৈ গৈ জীৱন ৰ আধা বাট পালোগৈ এটা কথা ম ই ভালকৈয়ে শিকিছো সেইটো হৈছে বন্ধু কোন হয় আচলতে। সেইকাৰণে বহুতৰ বাবে জীৱনটো তিক্ততা যেন লাগিলেও
মোৰ কাৰনে এটা কলা যেন হৈপৰিছে। ....... ক্ৰমশঃ
#অসমীয়া #লেখা #বন্ধু

16/12/2024

এজন মানুহ কিয় অপৰাধী হয়...
১/ আইন কি নজনাৰ বাবে.... লোভ আৰু অভাৱৰ পৰা অপৰাধ প্ৰৱনতা ৰ সৃষ্টি হয়। কাৰোবাৰ বাৰু নাই প্ৰয়োজনীয় তা খিনি কিন্তু সামাজিক ৰীতি নিয়ম মানি ব গৈ পেটৰ তাৰনাটো যিজনে কষ্ট কৰি খাব লাজ সিটো চোৰ কৰিব ই
২/ অতিমাত্ৰা লোভ.... মোৰ মামা কাকা খুৰা ৰ গাড়ী আছে ময়ো ল"লে মোক পাট্টা দিব। সৰু সুৰা নহয় আকৌ সিহতকৈ দামী ল'ব লাগিব। অমোলক পাট্টা বিচাৰি বেচাৰা অপৰাধী য়ে গমে নাপালে কিমান ক'ত ধাৰ হ'ল।তাকে কৰিবলৈ বেংক লুট পাট কৰা ডকাইত টো হ'ব ই লাগিব নাইবা আৰু ক'ত কি🥱🥱🥱😂😂
An Indian lady Dipika

Address

Rohtak

Website

Alerts

Be the first to know and let us send you an email when An Indian lady Dipika posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

  • Want your business to be the top-listed Media Company?

Share