20/09/2025
প্ৰয়াত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 💐 জুবিনদা যতে থাকা ভালে থাকা। আমি কেতিয়াও আপোনাক পাহৰিব নোৱাৰিম।
"মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া,
মায়াভৰা দুচকুলৈ
হিয়াজুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ
ৰ’লা কিয় হে…
মায়া… মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া…"