
09/08/2024
Coordination less Harassing Development !
স্থান - শংকৰদেৱ পথ, গুৱাহাটী।
এই উপ-পথটোৰ এটা বৈশিষ্ট আছে যে ই এটা । পথটোৰ এটা side Bishnupur GMC Ward no 19 হৈ Natunbasti / Serabhati / Chatribari সংযোগ কৰে আৰু আনটো side Mahendranagar GMC Ward no 20 হৈ Fatashil Ambari PS/ Ambari/ Dhirenpara /Cycle Factory আদি সংযোগ কৰে। মুঠতে সৰু উপপথ যদিও কিন্তু গুৰুত্বপূৰ্ণ উপপথ।
পিছে বিগত 3-4 মাহ ধৰি ইয়াত নিৰ্মাণৰ কাম চলি আছে গতিকে 19 no ৰ ফালে যাতায়াত প্ৰায় অচল হৈয়ে থাকে কিন্তু যিহেতু 20 no Ward হৈও এটা যাব পৰা ৰাস্তা আছে গতিকে উপায়হীন ৰাইজে অলপ কষ্ট কৰি হলেও যাতায়াত কৰি আছিলে। LPG Home delivery কৰা গাৰি বোৰ সোমাব পৰা নাই যদিও কান্ধত লৈ কিবা কৈ দি গৈছিল। কিন্তু যোৱা প্ৰায় 20-২৫ দিন আগত 20 no Ward ৰ কৰ্ম দক্ষ ৰ গৰাকীয়ে দুই বছৰ পাছত কাম কৰিবলৈ হঠাৎ আহি উপস্থিত হল আৰু উপপথ টোৱে যোগাযোগ কৰা আনটো অংশও লগাই কাটি তহিলং কৰি দিলে ফলতে ৰাইজ পনবন্দি !
প্ৰথম ১২-১৫ দিন কাটি থোৱা মাটি খিনি পথৰ ওপৰতেই থৈ দিছিল যদিও পিছে তেওঁৰ বিবেকে তেওঁক জোঁকাৰিলে ফলতে ৰ পৰা অলপকৈ মাটি আঁতৰাই দিয়ালে যাতে পনবন্দী ৰাইজ কিবা কৈ ওলাবলৈ সক্ষম হয়। পিছে ইমান দিনে কিমান যে মানুহে এই ৰাস্তা ( যত লাইট নাই ) ব্যৱহাৰ কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হয় তাৰ কোনো হিচাপ নাই। পিছে আমাৰ মন্ত্ৰীয়ে কোৱা ধৰণে "প্ৰশ্ৰৱ বেদনা" ৰাইজেই ভুগিব লাগিব বুলি ৰাইজে অভ্যস্ত হৈছে।
কিন্তু এতিয়া মূল সমস্যাটো হল এই 5 no ছবি খন। Coordination less Harassing Development ৰ বাবে আজি দুইও ফালে ৰাস্তা বন্ধ গতিকে জাবৰ সংগ্ৰহ কৰিব অহা গাৰী সমূহ আহিব পৰা নাই আৰু ইমান গধূৰ হোৱা বাবে দাঙি লৈ যোৱাটো সম্ভৱ হোৱা নাই। তথাপি mask লগাই অলপ অলপকৈ জাবৰ পেলাই আছোঁ কিন্তু পেলাবলৈকেও প্ৰায় 1 km দূৰ খোজ কাঢ়িবলৈ হৈ আছে। বানপানীৰ বাবে সকলো ক্ষেত্ৰতে ৰাইজক জগৰীয়া কৰিলে নহব।
এতিয়া এবাৰ চিন্তা কৰিব যদি কিবা এটা হৈ পৰে তেনে হলে এই লোক সকলৰ কি হব ?
Coordination-less Harassing Development!
Location: Shankardev Path, Guwahati.
This sub-road is notable as a . One side connects Bishnupur GMC Ward No. 19 to Natunbasti/Serabhati/Chatribari, while the other side connects Mahendranagar GMC Ward No. 20 to Fatashil Ambari PS/Ambari/Dhirenpara/Cycle Factory, among others. Although a small sub-road, it is an important one.
However, for the past 3-4 months, construction work has been ongoing, causing severe disruption to traffic on the 19 No. side. Since there's still a route available via Ward 20, people have been managing to travel despite the difficulties. LPG delivery vehicles couldn't enter, so deliveries were made manually.
Then About 20-25 days ago, here comes the bang ! The most efficient counselor of Ward No 20 suddenly arrived after two years of his joining as Counselor and started working, using earthmovers to cut and fill the road, which caused even more blockage for residents!
Initially, for the first 12-15 days, the excavated soil was left on the road, but later, some of it was removed to allow people to pass. Still, there have been numerous accidents due to the lack of lighting on this road. As our minister has said, "The public must endure the pain of inconvenience," and people have grown accustomed to this.
But, now the main problem is the 5th photo !
Due to co-ordination-less and harassing development, both sides of the road are now closed, preventing vehicles from collecting waste. The heavy conditions have made it impossible to transport waste. Although I am trying to manage with a mask and slowly clearing the waste, it requires walking almost 1 km to do so.
Now, think about what would happen if there were an emergency. What will these people do?
Himanta Biswa Sarma Ashok Singhal Mrigen Sarania Bijuli Kalita Medhi please do something in this regard.