SIANG LIVE

SIANG LIVE সত্য খবৰৰ সৈতে আমি

06/11/2025
06/11/2025

Day & Night Tennis Ball Cricket Tournament by Jonai Independent Club at Jonai HS School Playground

06/11/2025

বগৰীগুৰী পথাৰৰ ঘন জঙ্গলৰ মাজৰ পৰা লাইভ

06/11/2025

# "MLA হোৱা MLAৰ দৰে থাক,বাপেৰৰ নাম নলবি"
# ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বিৰু/দ্ধে সৰৱ এজন যুৱক‌‌‌
# ৰাস্তাৰ কথা সোধাৰ‌ বাবে এজন যুৱকক বিধায়ক গৰাকীয়ে অভব্য আচৰণ কৰাৰ অভিযোগ

06/11/2025

# জাম্বা মানে কি ?
# "হয়, মই গাড়ী বুক কৰিছিলো, কিন্তু Cancel কৰিলো।
# Mediaত ওলোৱাৰ পিছত আৰু গাড়ী লোৱা যায়নে? "
# "মই বোলে কিবা Toyota কোম্পানীৰ গাড়ী লৈছো, আপোনালোকে ক'ত বা শুনে?"

06/11/2025

# ৮ ,৯ নৱেম্বৰত লাচিত ঘাটত অনুষ্ঠিত হ'ব বিশেষ এয়াৰ শ্ব',
# ৯৩ সংখ্যক বায়ুসেনা দিৱসক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ।
# গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্টিত হ'ব বায়ুসেনা দিৱস।
# আকাশত গুঞ্জৰিত হব জুবিন গাৰ্গৰ 'মায়াবিনী'

06/11/2025

# জোনাইত ৰহ*স্যজনক ভাৱে মৃ**ত্যু এটা মখনা বন্যহস্তী।
মৃ**ত দতাঁল হাতীটোৰ দাঁত, শুৰ দু*ৰ্বৃত্ত*ই কা*টি নিয়াৰ সন্দেহ।

📌শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ।📌ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।📌ভাতৃ শ্যামকা...
06/11/2025

📌শ্যামকানু মহন্তৰ ভাতৃ ভাস্কৰজ্যোতি মহন্তৰ পদত্যাগ।
📌ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত পদ ত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।
📌ভাতৃ শ্যামকানু মহন্তৰ বিৰুদ্ধে কেইবাখনো RTI আবেদন।
📌RTI আবেদনলৈ চাই পদত্যাগৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ।
📌মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মানি পদত্যাগ ভাস্কৰজ্যোতি মহন্তৰ।

06/11/2025

সুধাকণ্ঠৰ মৃ**ত্যু বাৰ্ষিকী অনুষ্ঠানত বিস্কুটৰ পেকেটৰ বাবে হেতা-ওপৰা একাংশ মহিলাৰ।

Address

Jonai

JONAI

Alerts

Be the first to know and let us send you an email when SIANG LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SIANG LIVE:

  • Want your business to be the top-listed Media Company?

Share