Ricktov

Ricktov Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ricktov, Video Creator, .

03/10/2022
27/01/2021

https://youtu.be/xcU2mtKqcVw

সকলোলৈ ৭২তম গণৰাজ্য দিৱসৰ শুভকামনা যাচিলো । এইবাৰ গণৰাজ্য দিৱসত চ্যুকাফা ৰাইদা্চৰ লগত কিছুমান নতুন কাম কৰিলো । কি কি কাম কৰিলো চাওঁ আহক ।

28/09/2020

অতিথি দেবো ভৱঃ।। spainৰ অতিথিৰ কণ্ঠত অসমীয়া গান আৰু অসমীয়া লোকৰ প্ৰতি মৰম।। ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলো
মোৰ youtube channel টো subscribe কৰিব নাপাহৰিব - https://www.youtube.com/channel/UCUYi5QTxQ_ikumwub7h3NyA

19/04/2020

https://youtu.be/qdlvaDc9OL0
সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো ।

শিৱসাগৰৰ শিৱদৌল
09/04/2020

শিৱসাগৰৰ শিৱদৌল

08/04/2020

একবিংশ শতিকাত বিশ্বজুৰি কঁপাই তুলিছে কিহে?
ভূমিকম্প নেকি ই!
না নহয়... CHINA ৰ পৰা গোটেই বিশ্বলৈ বিয়পি পৰা এক মহামাৰী যাৰ নাম্ COVID-19 তথা কৰ'ণা।
ই এক ভাইৰাছ জনিত ৰোগ...
এজন দুজন নহয় লক্ষাধিক মানুহ আক্ৰান্ত এই ৰোগত আৰু অসংখ্য লোকৰ মৃত্যু হৈছে এই ভাইৰাছৰ কবলত।

যদি ভুক্তভোগী হবলৈ ইচ্ছা নাই আৰু কৰুণাত্মক কৰ'ণাৰ list ত যদি নাম অন্তৰ্ভুক্ত কৰিবলৈ মন্ নাই তেনেহলে ঘৰত থাকক সুস্হ হৈ ভৱিষ্যত ৰ সপোন দেখক...
নিজৰ লগতে আনৰো জীবন ৰক্ষা পৰিব।
সবিশেষ জানিবলৈ videoটো উপভোগ কৰক 🙏

ধন্যবাদ 🙏🏻

youtube full link - https://youtu.be/8bPW8LShq00

Address


Website

Alerts

Be the first to know and let us send you an email when Ricktov posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Address
  • Alerts
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share