Upasana Bora

Upasana Bora Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Upasana Bora, Digital creator, Tezpur.
(2)

মোৰ পেজটোলৈ আপোনাক স্বাগতম জনালোঁ 🙏 🙏 সদায়েই ইতিবাচক বাৰ্তা পাই থাকিব,কাকো অপকাৰ নকৰাকৈ জীৱনৰ বাটত আগুৱাই গৈ আছোঁ,জীৱনৰ পথ একা-বেকা,তথাপিও কও জীৱন সুন্দৰ !🌻জীৱন জীৱন বৰ অনুপম ♥️ ♥️ জীৱন জিন্দাবাদ 👍👍

23/07/2025

📌 শাওন মাহ ইমান গৰম চলি আছে 😲
📌 এজাক বৰষুণৰ অপেক্ষাত ৰৈ আছোঁ ☔🌧️☔

জীৱনটো সুন্দৰকৈ উদযাপন কৰিব পৰাটো ও এটা কলা। সুখ দুখ জীৱনৰ একো একোটা সমষ্টি, সকলোৰে জীৱনত কম বেছি পৰিমাণে দুখ সুখ থাকেই।...
23/07/2025

জীৱনটো সুন্দৰকৈ উদযাপন কৰিব পৰাটো ও এটা কলা। সুখ দুখ জীৱনৰ একো একোটা সমষ্টি, সকলোৰে জীৱনত কম বেছি পৰিমাণে দুখ সুখ থাকেই। গতিকে সকলো কথা বাদ দি জীৱনটো সুন্দৰকৈ উদযাপন কৰক আৰু হাঁহি থাকক।

দিনটো শুভ হওক 🙏 🌺🌹 🌻 🥰 🙏

আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ বুলি ঘৰৰ গোঁসাই ঘৰতে এগচ বন্তি প্ৰজ্বলন কৰিলোঁ। মহাদেৱে সকলোকে কৃপা কৰক 🙏 🪔 🙏 ঔম নমঃ...
21/07/2025

আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ বুলি ঘৰৰ গোঁসাই ঘৰতে এগচ বন্তি প্ৰজ্বলন কৰিলোঁ। মহাদেৱে সকলোকে কৃপা কৰক 🙏 🪔 🙏 ঔম নমঃ শিৱায় 🙏

এটা সপোনৰ সমাধিৰ পাছত আন এটা সপোনৰ জন্ম হয়...! এনেকৈয়ে হাজাৰটা সপোনৰ মৃত্যু, হাজাৰটা সপোনৰ জন্ম, তথাপিও জীৱন চলমান গতিত ...
19/07/2025

এটা সপোনৰ সমাধিৰ পাছত আন এটা সপোনৰ জন্ম হয়...! এনেকৈয়ে হাজাৰটা সপোনৰ মৃত্যু, হাজাৰটা সপোনৰ জন্ম, তথাপিও জীৱন চলমান গতিত চলিয়েই থাকে। সেয়েহে কও জীৱন জিন্দাবাদ 👍🌻 🥰 🥺

19/07/2025

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

Good morning everyone 🌅🦋☕ 🌺🌹 🙏 ♥️
18/07/2025

Good morning everyone 🌅🦋☕ 🌺🌹 🙏 ♥️

15/07/2025

📌 যিকোনো এটা অসুখ হ'লে ৰৈ নাথাকি ডাক্তৰৰ সৈতে আলোচনা কৰিব লাগে।
📌 Institute of Urology and Kidney Diseases,Sonapur মেডিকেললৈ গৈছিলো। আপুনি গৈছেনে কেতিয়াবা, তাত গৈ সুফল পাইছেনে?

Good morning 🌅 ☕ 🦋 🌺🌹 🌻 🙏 ♥️
15/07/2025

Good morning 🌅 ☕ 🦋 🌺🌹 🌻 🙏 ♥️

Good morning 🌅 ☕🦋 🌺🌹🌻
13/07/2025

Good morning 🌅 ☕🦋 🌺🌹🌻

কালি কি হ'ব, ভৱিষ্যতটো কি হ'ব ? কেনেকৈ চলিম? কিবা বিপদ হ'ব নেকি ইত্যাদি নেতিবাচক কথাবোৰ বেছিকৈ চিন্তা কৰি নাথাকি ঈশ্বৰৰ ...
12/07/2025

কালি কি হ'ব, ভৱিষ্যতটো কি হ'ব ? কেনেকৈ চলিম? কিবা বিপদ হ'ব নেকি ইত্যাদি নেতিবাচক কথাবোৰ বেছিকৈ চিন্তা কৰি নাথাকি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি জীৱনটো উদযাপন কৰক 🥰

শুভৰাত্ৰি জনালোঁ Good Night everyone 🙏🙏

কি খবৰ বন্ধু বান্ধৱী সকল ? আশা কৰোঁ সকলো কুশলে আছে ♥️ এতিয়া জুলাই মাহ, গৰমৰ বন্ধ চলি আছে।‌ নিশ্চয় আপোনালোক ছাগে কোনোবা...
09/07/2025

কি খবৰ বন্ধু বান্ধৱী সকল ? আশা কৰোঁ সকলো কুশলে আছে ♥️ এতিয়া জুলাই মাহ, গৰমৰ বন্ধ চলি আছে।‌ নিশ্চয় আপোনালোক ছাগে কোনোবা ঠাইত ফুৰিবলৈ গৈছে, নহয়নে ? বহুতে হয়তো পথাৰত ব্যস্ত হৈ পৰিছে...

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when Upasana Bora posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Upasana Bora:

Share